VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বয়স যাৰ বাবে মাথো এটা সংখ্যা, সক্ৰিয়তাৰে কৰি গৈছে এখনৰ পাছত আন এখন ছবি, আজি অমিতাভ বচ্চনৰ ৮১ সংখ্যক ওপজা দিন

voicedesk by voicedesk
October 11, 2023
in মনোৰঞ্জন
বয়স যাৰ বাবে মাথো এটা সংখ্যা,  সক্ৰিয়তাৰে কৰি গৈছে এখনৰ পাছত আন এখন ছবি, আজি অমিতাভ বচ্চনৰ ৮১ সংখ্যক ওপজা দিন
0
SHARES
631
VIEWS
Share on FacebookShare on Twitter

আজি বিগ-বি অমিতাভ বচ্চনৰ ওপজা দিন ৷ মেগাষ্টাৰ গৰাকীয়ে আজি উদযাপন কৰে ৮১ সংখ্যক ওপজা দিন ৷ জন্মদিনত অসংখ্য অনুৰাগী আৰু তাৰকাসকলে তেওঁক জন্মদিনৰ ওলগ জনাইছে ৷ মঙলবাৰে মাজনিশা অমিতাভ বচ্চনে ৮১ সংখ্যক জন্মদিন উদযাপন কৰিবলৈ নিজৰ মুম্বাই বাসগৃহৰ বাহিৰত সমবেত হোৱা শ শ অনুৰাগীক সম্ভাষণ জনাবলৈ ওলাই আহে। ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ বাসগৃহৰ গেটৰ ওচৰলৈ আহি হাত জোকাৰি অনুৰাগীসকলক অভিবাদন জ্ঞাপন কৰে ৷ অনুৰাগীসকলেও  উল্লাসেৰে তেওঁক আদৰণি জনোৱাপৰিলক্ষিত হয় ৷

 

১১ অক্টোবৰত অমিতাভ বচ্চনে ৮১ বছৰ সম্পূৰ্ণ কৰিছিল।মুম্বাইৰ বাসগৃহ জলছাৰ বাহিৰত অভিনেতাগৰাকীৰ আচৰিত ধৰণৰ উপস্থিতিয়ে অনুৰাগীসকলক উল্লাসিত কৰি তোলে ৷

 

 

উল্লেখ্য যে ৮১ বছৰ বয়সত বচ্চন আগৰ দৰেই সক্ৰিয় হৈ আছে ৷ যিয়ে প্ৰমাণ কৰিছে যে বয়স তেওঁৰ বাবে মাত্ৰ এটা সংখ্যা। শেষবাৰৰ বাবে তেওঁক অনুপম খেৰ, পৰিনীতি চোপ্ৰা আৰু বোমন ইৰাণীৰ সৈতে সুৰজ বৰজাত্যৰ উচাই ছবিত দেখা গৈছিল। কেইবাখনো ছবি মুক্তিৰ অপেক্ষাত আছে ৷ তদুপৰি কেইবাখনো ছবিৰ শ্বুটিঙত তেওঁ ব্যস্ত হৈ আছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য  ছবি হৈছে প্ৰজেক্ট-কে ৷

Previous Post

স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?

Next Post

শেষ হোৱাই নাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত, লীনা দলেসহ ১৭ বিষয়া-জোৱানক কি কাৰণত তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুঃ  এছপি লীনা দলেক জেৰা চিবিআইৰ

শেষ হোৱাই নাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত, লীনা দলেসহ ১৭ বিষয়া-জোৱানক কি কাৰণত তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7