VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“ভোটৰ আগত প্ৰলোভন “! প্ৰিয়ংকাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল বিজেপিৰ

voicedesk by voicedesk
October 14, 2023
in ৰাজনীতি
“ভোটৰ আগত প্ৰলোভন “! প্ৰিয়ংকাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল বিজেপিৰ
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিজেপিয়ে। এই সন্দৰ্ভত গেৰুৱা শিবিৰে নিৰ্বাচন আয়োগক অভিযোগ কৰিছে।

 

বিজেপিৰ দাবী, নিৰ্বাচনৰ ঘোষণাৰ পিছতো মধ্যপ্ৰদেশৰ মণ্ডললৈ গৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মাহেকীয়া বৃত্তি দিয়াৰ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই বিজেপি শাসিত মধ্যপ্ৰদেশৰ লগতে কংগ্ৰেছ শাসিত ছত্তীশগড়ৰ বাবে বৃত্তি কাৰ্যসূচী ঘোষণা কৰে। বিজেপিৰ দাবী, প্ৰিয়ংকাৰ এই ঘোষণা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ বিৰোধী।

 

মধ্যপ্ৰদেশৰ বিজেপি আইন কোষৰ নেতা পংকজ ৱাধৱানীয়ে শনিবাৰে কয়  “১২ অক্টোবৰত প্ৰিয়ংকাই প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক ৫০০ৰ পৰা ১৫০০ টকাৰ মাহিলী বৃত্তি প্ৰদানৰ কথা ঘোষণা কৰিছিল। মানক নিৰ্বাচনী আচৰণ বিধি অনুসৰি নিৰ্বাচনৰ পিছত কোনো ধৰণৰ আৰ্থিক প্ৰৰোচনা দেখুৱাব নোৱাৰে। কিন্তু প্ৰিয়ংকাই তেনেকুৱাই কৰিছে। গতিকে আমি নিৰ্বাচন আয়োগৰ কাষ চাপিছো ।“

 

৯ অক্টোবৰত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ১৭ নৱেম্বৰত ২৩০ আসনৰ মধ্যপ্ৰদেশত এটা পর্যায়ত ভোটগ্ৰহণ কৰা হ’ব। ছত্তীশগড়, ৰাজস্থান, তেলেংগানা, মিজোৰামৰ লগতে ৩ ডিচেম্বৰত  ৰাজ্যখনৰ ভোটগণনা কৰা হ’ব। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মধ্যপ্ৰদেশত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল যদিও ডেৰ বছৰৰ ভিতৰতে  বিজেপিয়ে মুখ্যমন্ত্ৰী কমল নাথৰ চৰকাৰক শাসনৰ পৰা ওফৰাই দিয়ে । শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী হয়। এইবাৰ একাধিক মতামত সমীক্ষাৰ পৰা ইংগিত পোৱা গৈছে যে কংগ্ৰেছে ৰাজ্যখনত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে।

Previous Post

ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ সাজু! হামাছক সমৰ্থন কৰি লেবাননৰ পৰা হিজবুল্লাহৰ বাৰ্তা

Next Post

হৰিনামৰ ধ্বনিৰে মুখৰিত গহপুৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ-পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহ

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
হৰিনামৰ ধ্বনিৰে মুখৰিত গহপুৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ-পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহ

হৰিনামৰ ধ্বনিৰে মুখৰিত গহপুৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ-পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7