( কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা মতে )
শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰম্ভ হ’ব ২৪ ফাগুন, ইং ৮ মাৰ্চ , শুক্ৰবাৰে ৰাতি ৭/৫২/৩৫ মিনিট সময়ত আৰু অন্ত পাৰিব ২৫ ফাগুন ইং ৯ মাৰ্চ শনিবাৰে সন্ধিয়া ৫/৩৫/৩৬ মিনিট সময়ত ।
যি সকলে চতুৰ্থ প্ৰহৰ পূজা অৰ্চনা কৰে তেওঁলোক ৮ মাৰ্চ ,শুক্ৰবাৰে নিশা ৭/৫২ মিনিটৰ পাছত কৰিব।
যি সকলে দিনত পূজা অৰ্চনা বা উপবাসে থাকে তেওঁলোকে ৯ মাৰ্চ, শনিবাৰে কৰিব ।
(শিৱৰ গায়ত্ৰী মন্ত্ৰ :- ওঁ মহাদেবায় বিদ্মহে ৰুদ্ৰমূৰ্তায়ে ধীমহি তন্ন শিৱ প্ৰচোদয়াৎ ওঁ।) ( এই মন্ত্ৰ টি ১০৮ বাৰ জপ কৰিব পাৰে।)
-: জ্যোতিষী :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205