VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰী দিৱসৰ উপহাৰ প্ৰধানমন্ত্ৰীৰ, ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ১০০ টকাকৈ হ্ৰাস

voicedesk by voicedesk
March 8, 2024
in মুখ্য সংবাদ
নাৰী দিৱসৰ উপহাৰ  প্ৰধানমন্ত্ৰীৰ, ৰন্ধন  গেছৰ প্ৰতিটো চিলিণ্ডাৰত  ১০০ টকাকৈ হ্ৰাস
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই গ্ৰাহকক সকাহ দিবলৈ প্ৰতিটো চিলিণ্ডাৰত ৰন্ধন গেছৰ মূল্য ১০০টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

তেওঁৰ এক্স-হেণ্ডলত প্ৰধানমন্ত্ৰীয়ে ৰন্ধন গেছৰ মূল্য হ্ৰাসৰ কেন্দ্ৰীয় সিদ্ধান্ত ঘোষণা কৰি লিখিছে, “এই উল্লেখযোগ্য সিদ্ধান্তই সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস কৰিব। বিশেষকৈ আমাৰ নাৰী শক্তিক ইয়াৰ দ্বাৰা উপকৃত হ’ব। ৰন্ধন গেছক অধিক সুলভ কৰি তুলি আমি পৰিয়ালৰ কল্যাণৰ লগতে এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো।” এক্স পোষ্টত মোদীয়ে লগতে লিখিছে, ‘এই সিদ্ধান্ত মহিলা সবলীকৰণ আৰু তেওঁলোকৰ বাবে সহজ জীৱন নিশ্চিত কৰাৰ আমাৰ দায়বদ্ধতাৰ সৈতে সামঞ্জস্যপূৰ্ণ।’

 

চৰকাৰী সূত্ৰ অনুসৰি শুকুৰবাৰৰ মাজনিশা ১২ বজাৰ পৰা ৰন্ধন গেছৰ নতুন মূল্য কাৰ্যকৰী হ’ব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে  যোৱা বছৰৰ আগষ্ট মাহত ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে প্ৰতি চিলিণ্ডাৰত গেছৰ মূল্য ২০০ টকা হ্ৰাস কৰিছিল। তাৰ আগতে এটা এল পি জি চিলিণ্ডাৰৰ মূল্য আছিল অ-উজ্জ্বলা গ্ৰাহকৰ বাবে ১১০০ টকা। যোৱা বছৰৰ আগষ্ট মাহত মোডী চৰকাৰে প্ৰতি চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰাৰ পিছত ৯০০ টকালৈ নামি আহিছিল। এইবাৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছে।যিসকল উজ্জলাৰ গ্ৰাহক নহয় তেওঁলোকে ৮০০ টকাত এটা এল পি জি চিলিণ্ডাৰ লাভ কৰিব।

Previous Post

মহা শিৱৰাত্ৰি কেতিয়া আৰম্ভ আৰু কেতিয়া শেষ হব জানো আহক

Next Post

সমগ্ৰ ইউৰোপত ‘পেৰ’ট ফিভাৰ’ৰ সংক্ৰমণ, ৫জন লোকৰ মৃত্যু, কি এই ৰোগ ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সমগ্ৰ ইউৰোপত ‘পেৰ’ট ফিভাৰ’ৰ সংক্ৰমণ, ৫জন লোকৰ মৃত্যু, কি এই ৰোগ ?

সমগ্ৰ ইউৰোপত ‘পেৰ’ট ফিভাৰ’ৰ সংক্ৰমণ, ৫জন লোকৰ মৃত্যু, কি এই ৰোগ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7