অৰ্থনীতি

প্ৰতিবছৰে ১৪বিলিয়ন ডলাৰ লোকচানৰ সন্মূখীন হয় ভাৰতৰ বিভিন্ন নিয়োগকৰ্তা প্ৰতিষ্ঠান

শেহতীয়াকৈ ডেল’ইট নামৰ এটা প্ৰতিষ্ঠানে মানসিক স্বাস্থ্যক লৈ চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এক তথ্য ৷ যাৰ যোগেদি জানিব পৰা...

Read more

এয়াৰবেগ বাধ্যতামূলক হ’লে লাভান্বিত হ’ব অট’ম’বাইল উদ্যোগ,কিন্তু কেনেকৈ ?

ভাৰতৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে যদিহে সকলো গাড়ীতে ছটাকৈ এয়াৰবেগ থকাটো বাধ্যতামূলক কৰা হয় তেন্তে এই...

Read more

বিশ্বৰ এইকেইখন চহৰত বাস কৰে সর্বাধিক কোটিপতি লোকে

বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোটিপতি সকলৰ  জীৱনযাত্ৰা সাধাৰণ মানুহৰ বাবে এক কৌতুহল ৷ বিশেষকৈ তেওঁলোকৰ বিলাসী জীৱন যাত্ৰাৰ কথা জানিবলৈ সকলোৰে...

Read more

গুৱাহাটীৰ শিলপুখুৰী ৰাজহুৱা নামঘৰত প্ৰাক দুৰ্গাপূজা এক্সপ’

ইতিমধ্যে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ উলহ মালহ ৷ ৫ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ শিলপুখুৰীস্থিত ৰাজহুৱা নামঘৰত আৰম্ভ কৰা হৈছে এখন প্ৰাক্...

Read more

লক্ষ্য ২০২৫- দহ খন ইলেক্ট্ৰিক মটৰচাইকেল নির্মাণৰ পৰিকল্পনা হোণ্ডাৰ

আগশাৰীৰ মটৰ চাইকেল নির্মাতা প্ৰতিষ্ঠান হোণ্ডাই ২০২৫ চনৰ ভিতৰত বিশ্বজুৰি  ১০খন ইলেক্ট্ৰিক মটৰ চাইকেল মুকলি কৰিব ।আজি এই কথা ঘোষণা...

Read more

ভাৰতবৰ্ষৰ ভিতৰতে কাঠৰ নাঁৱৰ ওপৰত থকা বৃহত্তম ৰেষ্টুৰেণ্ট ‘কাঞ্চনজংঘা’

‘কাঞ্চনজংঘা’ অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিলত অৱস্থিত এখন কাঠৰ নাঁৱৰ ওপৰত থকা এখন প্ৰখ্যাত ৰেষ্টুৰেণ্ট ৷ বৰ্তমান সময়ত  সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে...

Read more

আমেৰিকাত শিক্ষা গ্ৰহণ কৰা বিদেশী শিক্ষাৰ্থী সকলৰ ২০% শিক্ষাৰ্থীয়েই ভাৰতৰ

ভাৰতৰ শিক্ষাৰ্থীসকললৈ এক সুখবৰ ৷ ভাৰতৰ শিক্ষাৰ্থী সকললৈ বিশ্বৰ ভিতৰতে এইবাৰ সৰ্বাধিক সংখ্যক ষ্টুডেণ্টছ ভিছা আগবঢ়াইছে আমেৰিকাই ৷ভাৰতবৰ্ষত অৱস্থিত মাৰ্কিন...

Read more

অসম,মধ্যপ্ৰদেশ আৰু ওড়িশাত দক্ষতা বিকাশৰ প্ৰতিশ্ৰুতিৰে বিশেষ পাঠ্যক্ৰম ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ

সমাজৰ বঞ্চিত শ্ৰেণীৰ যুৱচামৰ বাবে নিয়োগৰ সুযোগ মুকলিৰ লক্ষৰে দক্ষতা বিকাশৰ প্ৰতিশ্ৰুতিৰে ভাৰতৰ  কেইখনমান ৰাজ্যত এক বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ...

Read more

ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দীঘলীয়া তালিকাত এইবাৰ অন্তৰ্ভূক্ত হ’ল দেৱিকা বুলচান্দানিৰ নাম

এইবাৰ ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দীঘলীয়া তালিকাখনত অন্তৰ্ভূক্ত হ’ল ভাৰতীয় মূলৰ আন এগৰাকী ব্যক্তিৰ নাম ৷ তেওঁ হ’ল  দেৱিকা...

Read more
Page 16 of 42 1 15 16 17 42