মনোৰঞ্জন

কপিল দেৱৰ পৰা প্ৰকাশ পাডুকনলৈকেঃ কোন কোন উপস্থিত থাকিল ৮৩ ৰ প্ৰিমিয়াৰত

শীঘ্ৰে বিগ স্ক্ৰীণত জীৱন্ত হৈ পৰিব বিশ্বকাপ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ভাৰতে জয়লাভ কৰা সোণসেৰীয়া মুহুর্ত ৷  কপিল দেৱৰ নেতৃত্বত ভাৰতীয়...

Read more

আল্লু অৰ্জুন-ৰশ্মিকা মান্দন্না অভিনীত ছবি পুষ্পাৰ বক্স অফিচ সংগ্ৰহৰ আজি পঞ্চম দিন

১৭ ডিচেম্বৰত মুক্তি লাভ কৰা  সুকুমাৰ পৰিচালিত, একচন ড্ৰামা পুষ্পাৰ কাহিনী  অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ অঞ্চলৰ চেশাচলম বনাঞ্চলত ৰঙা চেণ্ডাৰ্ছ চোৰাং...

Read more

৩৭ কোটিটকীয়া মুকুটৰ উপৰি কি কি বিলাসী পুৰষ্কাৰ লাভ কৰিলে হাৰনাজ সান্ধুৱে ?

২১ বছৰৰ মুৰত ভাৰতীয় সুন্দৰীয়ে মিছ ইউনিভার্ছৰ খিতাপ দখল কৰাৰ বাতৰিয়ে দেশবাসীক আনন্দিত কৰি তুলিছিল ৷ বিশ্বৰ  শীর্ষ সৌন্দর্য প্ৰতিযোগিতাৰ...

Read more

নির্মাণ হ’ব বজৰংগী ভাইজানৰ চিকুৱেল

দর্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰা বজৰংগী ভাইজান ছবিখনৰ নির্মাণ হ’ব চিকুৱেল ৷ এই কথা আনু্ষ্ঠানিকভাৱে প্ৰকাশ কৰিছে বজৰংগী ভাইজানৰ...

Read more

ইণ্ডিয়ান আইডল পৱনদ্বীপ ৰাজনৰ বিয়া কাৰ স’তে ?

কেৱল ভাৰতবৰ্ষৰে নহয় সমগ্ৰ বিশ্বব্যাপী প্ৰসাৰিত হোৱা এক জনপ্ৰিয় টি.ভি. ৰিয়েলিটি শ্ব’ দ্বাদশতম ইণ্ডিয়ান আইডলৰ চূড়ান্ত বিজয়ী পৱনদ্বীপ ৰাজনৰ এখন...

Read more

বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাত পত্নী দীপিকাৰ হাতত ধৰি ৰণবীৰ সিং

যোৱা ১৬ ডিচেম্বৰ বৃহস্পতিবাৰে চৌদি আৰবৰ জেদাহত অৱস্থিত  পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাত মুক্তি লাভকৰিলে বহু প্ৰত্যাশিত হিন্দী বোলছবি ‘৮৩’ৰ...

Read more

আড়ম্বৰপূর্ণ আয়োজনৰ মাজেৰে বিয়াত বহিল টি ভি তাৰকা অংকিতা লোখান্দে

বিকি কৌশল আৰু কেটৰিনাৰ বিবাহক লৈ  বলিউডত ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে আড়ম্বৰপূর্ণ পৰিৱেশত বিয়াত বহিল আন এগৰাকী জনপ্ৰিয় টি...

Read more

বিকি-কেটৰিনাক দিয়া উপহাৰৰ দাম শুনিলে আপুনিও হৈ পৰিব আচৰিত !

বলিউদৰ দুই তাৰকা বিকি কৌশল আৰু কেটৰিনা কাঈফৰ ৰাজস্থানত অনুষ্ঠিত ব্য়য়বহুল  বিবাহ অনুষ্ঠানক লৈ চর্চা এতিয়াও অব্যা্হত আছে ৷ ৰাজস্থানৰ...

Read more

শিল্পী জে পি দাসলৈ উন্নয়ন পৰিষদৰ ২০২২বৰ্ষৰ “গণশিল্পী” বঁটা

সদৌ অসম উন্নয়নৰ পৰিষদৰ ২০২২বৰ্ষ “গণশিল্পী” বঁটা শিল্পী জে.পি. দাসলৈ।পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি প্ৰদান কৰা হ'ব এই বঁটা।উল্লেখ্য...

Read more
Page 62 of 67 1 61 62 63 67