ৰাজনীতি

হাত দাঙিলেই নেকি কংগ্ৰেছে ? বিনা প্ৰতিদ্বন্দিতাৰে ৬০ টা ৱার্ডত বিজেপিৰ জয়

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পৌৰ সভাৰ নির্বাচনক লৈ  ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ পৌৰ সভাৰ বিভিন্ন পদবীৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰার্থীসকলে...

Read more

ভাৰতীয় মূলৰ ঋষি সুনক হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী

ভাৰতীয় মূলৰ ঋষি সুনক  বৃটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰায়  স্পষ্ট হৈ পৰিছে  ৷ ঋষি সুনক বৰ্তমান বৃটেইনৰ বিত্ত মন্ত্ৰী...

Read more

আত্মসমালোচনাৰ সময় আহি পৰিছে কংগ্ৰেছৰ, কোন নেতাই আহ্বান জনালে ছোনিয়াক

জ্যেষ্ঠ নেতা  তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰে  কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে  পুনৰ দলটোৰ মজিয়াত  সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷...

Read more

পৌৰসভা নিৰ্বাচন-২০২২ : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

দিছপুৰ ১৫ফেব্ৰুৱাৰীঃ আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ বাবে মুঠ ৩৯...

Read more

চিত্তৰঞ্জন বসুমতাৰী হ’ব মাজুলীত বিৰোধীৰ প্ৰার্থী

বিজেপিৰ বিৰুদ্ধে মাজুলী বিধানসভা সমষ্টিত কাক প্ৰার্থী হিচাপে বিৰোধীয়ে   কাক প্ৰক্ষেপ কৰিব তাক লৈ চলি থকা জল্পনা- কল্পনাৰ অন্ত পৰিল...

Read more

কোনে ধংস কৰিব কংগ্ৰেছ দল ? ক’লে আদিত্যনাথে

উত্তৰ প্ৰদেশৰ  বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈছে ৷ ইয়াৰ মাজতে পৰৱর্তী পর্যায়ৰ সমষ্টিসমূহৰ নির্বাচনৰ প্ৰাকক্ষণত তুংগত উঠিছে...

Read more

প্ৰধানমন্ত্ৰীক মোদীক ক্ষমতাৰ গাদীৰ পৰা ওফৰাই পেলোৱাৰ হুংকাৰ দিলে এইজন মুখ্যমন্ত্ৰীয়ে, কি ক্ষোভ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰিছে  তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ৷ ধাৰাবাহিকভাৱে  মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰি...

Read more

বাজেটৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ৰাহুল গান্ধীক কি কথা সোঁৱৰাই দিলে সীতাৰমণে ?

শেহতীয়াকৈ দাখিল কৰা কেন্দ্ৰীয় বজেটক লৈ বিৰোধীয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া সন্দর্ভত নিজৰ মতামত ডাঙি ধৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে...

Read more

সলনি হ’ল মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ দিন

ভাৰতৰ নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত অনুসৰি সলনি কৰা হ’ল  উত্তৰ-পূবৰ  ৰাজ্য মণিপুৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যখনত পূৰ্বে নিৰ্ধাৰিত...

Read more

বিজেপিত যোগদান দ্য গ্ৰেট খালিৰ

পেছাদাৰী মল্লযোদ্ধা দলীপ সিং ৰাণা ওৰফে দ্য গ্ৰেট খালীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ কেইদিনমান আগতে...

Read more
Page 29 of 47 1 28 29 30 47