ৰাজনীতি

কাবুল এয়াৰপৰ্টৰ ঘটনাকলৈ আইএছক হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ

আইএছে সংঘটিত কৰা কাবুল এয়াৰপৰ্টৰ ঘটনাত মৃতকৰ সংখ্যা প্ৰায় ১৭০ জনলৈ বৃদ্ধি পালে।ইয়াৰ ভিতৰত ১৩ জন মাৰ্কিন সেনাও আছে।ইছলামীক ষ্টেত...

Read more

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণাঃযোগ্যতা বিকাশৰ বাবে অসমতো স্থাপন হ’ব মাদ্ৰাজৰ দৰে মেৰীটাইম বিশ্ববিদ্যালয়

উত্তৰ-পূবৰ যুৱক-যুৱতী সকলৰ যোগ্যতা বিকাশৰ বাবে মাদ্ৰাজৰ দৰে অসমতো স্থাপন হ’ব মেৰীটাইম বিশ্ববিদ্যালয়।উত্তৰ-পূবৰ জলপৰিবহন উন্নয়নৰ বাবে সাগৰ মালা প্ৰজেক্টৰ ওপৰত...

Read more

বিভিন্ন দাবীৰে টাই আহোম যুৱ পৰিষদৰ সংবাদ মেল

আহোম সকলক জনজাতিকৰণ কৰা তথা স্বায়ত্ব শাসন প্ৰদান কৰা আৰু ঐতিহাসিক কৃৰ্তী চিহ্ন সমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে...

Read more

ডিমা হাছাওত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৫ ট্ৰাক চালক নিহত, ট্ৰাকত অগ্নিসংযোগ

অসমৰ পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ উঠিছে। যোৱা কেইটামান বছৰ শান্ত হৈ থকাৰ পিছত পুনৰ আৰম্ভ হৈছে উগ্ৰপন্থীৰ...

Read more

জাৰ্মানিত পিজ্জা ডেলিভাৰীৰ কামত ব্যস্ত আফগানিস্তানৰ প্ৰাক্তন প্ৰযুক্তি মন্ত্ৰী

আফগানিস্তানৰ এসময়ৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰী ,বৰ্তমান কৰ্মৰত এজন পিজ্জা ডেলিভাৰীৰ কৰ্মচাৰী হিচাপে। উল্লেখ্য যে ছৈয়দ আহমেদ শ্বাহ সাদাত আছিল...

Read more

ভাৰতলৈ হুংকাৰ পি টি আই নেত্ৰীৰঃকাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় লব তালিবানৰ

কাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় ল’ব নৃশংস সন্ত্ৰাসবাদী সংগঠন তালিবানৰ। এই হুংকাৰ প্ৰদান কৰিছে পাকিস্তানৰ পি টি আইৰ নেত্ৰী নিলম...

Read more

তালিবানে অপহৰণ কৰিলে ইউক্ৰেইনৰ বিমানঃ অভিযোগ ৰাষ্ট্ৰখনৰ উপ-বৈদেশিক মন্ত্ৰী য়েভগেনি য়েনিনৰ

তালিবানে নিত্য নতুন কাণ্ডৰে বিশ্ববাসীক শংকিত কৰি ৰাখিছে। মানৱ অধিকাৰৰ পক্ষত থকা কোনো ব্যক্তিয়েই তালিবানৰ অমানৱীয় কাণ্ডক সমৰ্থন জনাব পৰা...

Read more

মাইক্ৰফাইনেন্সৰ ঋণ মাফেৰে ৰাজ্যৰ ২৬ লাখ মহিলালৈ সকাহ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিব বুলি কৰা ঘোষণাই অসমৰ সংবাদ মাধ্যমত তোলপাৰ লগাইছিল।...

Read more

বিজেপিৰ আৰ্শীবাদ যাত্ৰাত ক’ভিড নীতি ভংগ কৰাৰ অভিযোগ এজেপিৰঃকেইবাগৰাকী মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল

শনিবাৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰা বিজেপি দলৰ কেইবাগৰাকী মন্ত্ৰী- বিধায়ক আৰু নেতাৰ বিৰুদ্ধে ক’ভিড নীতি...

Read more

পুনৰ্সংস্থাপনৰ ৫৭ বছৰৰ পিছত শৰণাৰ্থী আখ্যাঃ অৰুণাচল প্ৰদেশত বাস কৰা চাকমা আৰু হাজং সম্প্ৰদায়ৰ প্ৰায় ৭০,০০০ লোকক উৎখাত কৰাৰ পৰিকল্পনা চৰকাৰৰ

মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শেহতীয়াকৈ চাকমাসকলক পুৰ্নসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰ কৰা হ'ব বুলি কৰা...

Read more
Page 42 of 47 1 41 42 43 47