সমাজ

কি আছে অসম বিধান সভাত উথাপিত পশু সুৰক্ষা বিধেয়ক ২০২১ অত? জানিবলৈ পঢ়ক

অসম পশু সুৰক্ষা আইন ,১৯৫০ বাতিলৰ প্ৰস্তাৱেৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধান সভাৰ মজিয়াত উত্থাপন...

Read more

ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচিত হ’ল অসমৰ পুতৌজনক শিক্ষা ব্যৱস্থাঃ দেশৰ ভিতৰত সৰ্বনিম্ন শিক্ষা ক্ষেত্ৰৰ আন্তঃগাঁথনি

অসাৰ হ’ল অসমত শিক্ষাৰ শ্ল’গান।অৱশেষত  ৰাজ্য চৰকাৰৰ শিক্ষাৰ ক্ষেত্ৰত বজোৱা ঢাক-ঢোল মিছা প্ৰমাণিত হ’ল। ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত উন্মোচিত হ’ল অসমৰ শিক্ষা ...

Read more

মানৱ জীৱনৰ গতি সলনি কৰাৰ ক্ষেত্ৰত অনলাইন শিক্ষাৰ প্ৰাসংগিকতা

বৰ্তমান সময়ত এক বহু চৰ্চিত শিক্ষা পদ্ধতি হৈছে অনলাইন শিক্ষা , যাক ই-শিক্ষা বুলিও ক’ব পাৰি।  আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ...

Read more

বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা : এজাক বৰষুণতে চহৰত কৃত্ৰিম বানৰ সংহাৰী ৰূপ

ক্ৰমে বগা হাতীত পৰিণত হৈছে গোলাঘাট পৌৰসভা। পৌৰসভাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে চহৰবাসীয়ে। গোলাঘাট চহৰত কালি...

Read more

প্ৰকৃতিৰ অনন্য সৃষ্টি দ্বাৰাগাওঁঃ সেউজীয়াই যত হাত বাউল দি মাতে

যান্ত্ৰিকতাৰ পৰা কিছু নিলগত এটা দিন কটাবলৈ আপোনাৰ মন নাযায় নে? তেন্তে আহক দ্বাৰাগাঁও লৈ । গুৱাহাটী মহানগৰীৰ পৰা প্ৰায়...

Read more

সদ্যহতে স্থগিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক চাটাই কাৰ্য

সদ্যহতে স্থগিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক নিলম্বন কাৰ্য। ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ...

Read more

আমাক মাটিয়ে নঠগে। অলপমান অধ্যয়ন কৰিয়েই আমি মাটিক আপোন কৰি ল’ব পাৰোঃ তিলেশ্বৰ সন্দিকৈ, আদৰ্শ খেতিয়ক

চৰাইদেউ জিলাৰ লাকুৱা নিবাসী তিলেশ্বৰ সন্দিকৈ আগ্ৰহী খেতিয়ক সকলৰ বাবে আদৰ্শস্বৰূপ। ৪১ বছৰ আগতে বনাঞ্চলত হাজিৰা কৰি সপ্তাহত ৩৬ টকা...

Read more

অৱক্ষয়ৰ দিশে অসমীয়া ভাষাৰ ইতিহাসৰ সাক্ষ্য

"কানাই বৰশী বোৱা শিলালিপি"ৰ ঐতিহাসিক গুৰুত্ব অসমীয়া ভাষা তথা সমাজতাত্বিক দিশেৰে বহু বেছি। এইখনেই এতিয়ালৈকে আৱিস্কৃত সম্পূৰ্ণ অসমীয়া আখৰত লিখিত...

Read more
Page 111 of 111 1 110 111