ক্ৰীড়া

মই এতিয়াও ৯০ মিনিটৰ খেলৰ বাবে সক্ষম আৰু সাজুঃ আই চি ইউৰ পৰা ওলাই অনুৰাগীলৈ কৃতজ্ঞতাসূচক বাৰ্তা প্ৰেৰণ ব্ৰাজিলৰ কিংবদন্তী ফুটবল খেলুৱৈ পেলেৰ

ব্ৰাজিলৰ কিংবদন্তী ফুটবল খেলুৱৈ পেলেক তেওঁৰ মলাশয়ৰ অস্ত্ৰোপচাৰৰ পৰৱৰ্তী পৰ্যায়ত ১০ দিন আই চি ইউত ৰখাৰ অন্ততঃ বুধবাৰে বিপদমুক্ত ঘোষণা...

Read more

সুদীৰ্ঘ ৪৪ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইউ এছ অ’পেনত বৃটিছ মহিলাৰ চেম্পিয়ন খিতাপ অৰ্জন

১৮ বছৰ বয়সৰ এম্মা ৰাডুকানু হঠাতে ক্ৰীড়াপ্ৰেমীৰ নয়নৰ মণি হৈ পৰিল। ব্রিটেইনৰ এইগৰাকী অখ্যাত টেনিছ খেলুৱৈয়ে চলিত বর্ষৰ ইউ এছ...

Read more

আফগানী মহিলাৰ খেলা-ধূলাৰ ক্ষেত্ৰত তালিবানে জাৰি কৰিছে নিষেধাজ্ঞাঃ ক্ৰীড়াৰ লগত জড়িত হ’ব নোৱাৰিব কোনো মহিলা

আফগানিস্তানত আশ্ৰফ ঘানিৰ চৰকাৰৰ পতন হোৱাৰ পাচত গঠিত হৈছে তালিবানৰ নতুন চৰকাৰ। নতুন চৰকাৰে জাৰি কৰিছে আৰু এক নতুন নিষেধাজ্ঞা।...

Read more

৪৪ ছেকেণ্ডৰ ভিতৰত দুটা সুৰংগ পাৰ কৰি বিশ্ব অভিলেখ গঢ়িলে ডাৰিঅ কোষ্টে

দুঃসাহসিক কামেৰে  জীৱন ধন্য কৰা ইটালীৰ এজন ষ্টান্ট পাইলট হৈছে ডাৰিঅ কোষ্টা। যি অন্য এক দুঃসাহসিক কামেৰে বিশ্ব অভিলেখ গঢ়ি...

Read more

পেৰা অলিম্পিকত ভাৰতৰ স্বপ্নিল যাত্ৰাঃ১৯ টা পদকেৰে ভাৰতৰ স্থান ২৪ নম্বৰত

এনে এটা সময় আছিল যেতিয়া ভাৰতে অলিম্পিক পদক অনাটো এক সপোন আছিল। সেই সপোন এতিয়া সফল হৈছে ট’কিঅত হোৱা পেৰা...

Read more

অসমৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ লাভলীনাৰঃফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

অ’লা উবেৰক ফেৰ মাৰিব পৰাকৈ অসমত আৰম্ভ হোৱা পে-ইণ্ডিয়া কেবৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ প্ৰথম অলিম্পিক...

Read more

ব্যতিক্ৰমী ৰূপত দেখা যাব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইকঃ জুবিন গাৰ্গৰ সৈতে শ্বুটিঙত ব্যস্ত খেলুৱৈগৰাকী

অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইক এইবাৰ ৰাইজে দেখা পাব কিছু ব্যতিক্ৰমী ৰূপত। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ...

Read more

টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং চেম্পিয়ন অবনীয়ে

টকিঅ’ পেৰা অলিম্পিকত ইতিহাস গঢ়িলে ভাৰতৰ অবনী লেখাৰাই।টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকত প্ৰথমটো সোণৰ পদকৰ সোৱাদ দিলে এই গৰাকী...

Read more

২০ অনূৰ্ধ্ব বিশ্ব এথেলেটিকছৰ লং জাম্পত অভিলেখ ছাইলী সিঙৰ

২০ অনূৰ্ধ্ব বিশ্ব এথেলেটিকছৰ লং জাম্পত ৰূপৰ পদক লাভ কৰি অভিলেখ গঢ়িলে ছাইলী সিঙে। নাইৰোবিত চলি থকা এই প্ৰতিযোগিতাখনত মহিলাৰ...

Read more

মেছিয়ে চকুপানী মচা টিছুৰ নিলামৰ বাবে বিজ্ঞাপনঃ মূল্য নিৰ্ধাৰণ ৭ কোটি ৪৪ লাখ টকা

তাৰকাপ্ৰীতি বা তাৰকাসকলৰ প্ৰতি আগ্ৰহত গুণমুগ্ধৰ আজৱ কাণ্ডৰ খবৰে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়। কেতিয়াবা এই প্ৰীতিয়ে টকা-পইচাৰ...

Read more
Page 81 of 86 1 80 81 82 86