ক্ৰীড়া

অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে লগ কৰিলে ট্ৰাক চালকক

  বিশ্ব ক্ৰীড়াত দেশবাসীৰ মান ৰখা মনিপুৰৰ বক্সাৰ মীৰাবাঈ চানুৱে কিছুদিন পূৰ্বে টুইটাৰ যোগে প্ৰকাশ কৰিছিল যে তেওঁ সেই ট্ৰাক চালক...

Read more

ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূবৰ তৃতীয় গৰাকী খেলুৱৈৰ অলিম্পিক পদক লাভ

মনিপুৰৰ নীলকান্ত শৰ্মা ভাৰতীয় পুৰুষ হকী দলৰ এই মিডফিল্ডাৰ জনে ভাৰতীয় হকী দলৰ হৈ লাভ কৰিলে ব্ৰঞ্জৰ পদক। বৃহস্পতিবাৰে ভাৰতীয়...

Read more

টকিঅ’ অলিম্পিকত অঘটনঃভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াক কামুৰিলে নুৰ ইছলামে

টকিঅ’ অলিম্পিকত মল্লযুঁজৰ চূড়ান্ত খেলত প্ৰবেশ কৰা ভাৰতীয় তাৰকা মল্লযুঁজাৰু ৰবি দহিয়াক কাজাখস্তানৰ খেলুৱৈ নুৰ ইছলামে বাহুত কামুৰা ঘটনাই এতিয়া...

Read more

মই যি পৰিকল্পনা কৰিছিলো তাক কাৰ্যকৰী কৰিব নোৱাৰিলো, মই আৰু ভাল খেলিব পাৰিলোহেঁতেন, পৰাজয়ৰ পিছত লাভলীনাৰ প্ৰতিক্ৰিয়া

বক্সাৰ তাৰকা লাভলীনা বৰগোঁহায়ে আজি ছেমিফাইনেলত পৰাস্ত হৈ নিজৰ মত প্ৰকাশ কৰি কয় যে,“ মই সুখী যে মই এটা পদক...

Read more

বিশ্বক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিকত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছাৰমেনেলিৰ হাতত পৰাজিত হৈও ব্ৰঞ্জৰ পদকেৰে ইতিহাস ৰচিলে অসমৰ লাভলীনা বৰগোঁহায়ে

তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছাৰমেনেলিৰ বিৰুদ্ধে তীব্ৰ যুঁজৰ অন্তত পৰাজিত হৈও পদক আজুৰি আনি ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰিলে অসম...

Read more

ইতিহাস ৰচনাঃ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দলৰ

মহিলা হকীত ইতিহাস সৃষ্টি কৰি ভাৰতীয় দলে তিনিবাৰকৈ স্বৰ্ণবিজয়ী বিশ্বৰ দ্বিতীয় স্থানৰ অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।...

Read more

অলিম্পিকত ব্ৰঞ্জৰ পদক জয় পি ভি সিন্ধুৰঃ একেৰাহে দুবাৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা

টকিঅ‘ অলিম্পিকত মহিলাৰ বেডমিন্টন ছিনগলছত ব্ৰঞ্জৰ পদক জয় কৰি এক ইতিহাসৰ সৃষ্টি কৰে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুয়ে ।...

Read more

বেডমিন্টনৰ ছেমিফাইনেলত প্ৰবেশ ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুঃ জয়যাত্ৰা অব্যাহত ৰখাৰ আশা দেশবাসীৰ

চলিত টকিঅ‘ অলিম্পিকত ভাৰতৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুয়ে জয়ৰ ধাৰা অব্যাহত ৰাখি ছেমিফাইনেলত প্ৰবেশ কৰিছে।শুক্ৰবাৰে অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত...

Read more

টকিঅ‘ পেৰা অলিম্পিক ২০২০ত যোগ্যতা অৰ্জন, লেণ্ড মাইন বিস্ফোৰণত এখন ভৰি হেৰুওৱা চিলঙৰ সৈনিক

ক্ৰমাগতভাৱে টকিঅ‘ অলিম্পিকত মনিপুৰৰ মীৰাবাঈ চানুৱে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে অসমৰ লাভলীনা বৰগোঁহাইয়ে পদক অনাটো নিশ্চিত হ‘ল। ইয়াৰপিছতে অন্য...

Read more

অলিম্পিকত লাভলীনাৰ সফলতাৰ পিছত অসম চৰকাৰৰ বৃহৎ ঘোষণা

অলিম্পিকত পদক নিশ্চিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইলৈ অসম চৰকাৰৰে আগবঢ়ালে বিশেষ উপহাৰ। ৰাজ্য চৰকাৰৰ ঘোষণা অনুসৰি অসম কন্যাৰ এই...

Read more
Page 84 of 86 1 83 84 85 86