মুখ্য সংবাদ

ছিকিমৰ মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ- নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰৰ বাবেই ভাঙি পৰিছিল বান্ধ

নিৰ্মাণৰ সময়ত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বাবেই  চুংথাম বান্ধে তীস্তাত হৰ্পা নদীৰ প্ৰভাৱ সহ্য কৰিব নোৱাৰিলে। বানত উটি গ’ল ৷...

Read more

পেঞ্চন চৰকাৰী কর্মচাৰীৰ অধিকাৰ, অনুগ্ৰহ নহয়-পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীৰে ৰাজ্যজুৰি কর্মচাৰী পৰিষদৰ প্ৰতিবাদ

পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীৰে আজি ৰাজ্যজুৰি প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰে সদৌ অসম কর্মচাৰী পৰিষদে ৷ সেই অনুসৰি আজি...

Read more

নিবনুৱালৈ সুখবৰ , অসম আৰক্ষীত ৫৫৬৩ টা পদৰ বিজ্ঞাপন , কেতিয়ালৈ কৰিব পাৰিব আৱেদন ?

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকললৈ সুখবৰ ৷ অসম আৰক্ষীৰ ৫,৫৬৩ তা পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন ৷ অহা ১৫ অক্টোবৰৰ পৰা...

Read more

ছিকিমত সন্ধানহীন অসমৰ দুই যুৱক, আৱদ্ধ ১৬০ শিক্ষার্থী, শাম কটা নাই ভয়াৱহ বান পৰিস্থিতিয়ে

ডাৱৰ বিস্ফোৰণৰ ফলত  ছিকিমত সৃষ্টি হোৱা  অভূতপূর্ব বানত সন্ধানহীন হৈছে অসমৰ আন দুজন  যুৱক ৷ছিকিমত  দীপ নেৱাৰ নামৰ  যুৱকজন সন্ধানহীন...

Read more

মহানগৰীত পুনৰ ভূমিস্খলন, আহত তিনিজন লোক

কৃত্ৰিম বানৰ লগতে গুৱাহাটীত অব্যাহত আছে ভূমিস্খলনৰ ভয়াৱহতা ৷ মহানগৰীখনৰ প্ৰান্তে প্ৰান্তে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷  গুৱাহাটীৰ  হেঙেৰাবাৰীত পুনৰ...

Read more

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুঃ এছপি লীনা দলেক জেৰা চিবিআইৰ

অসম আৰক্ষীৰ উপ পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তই নতুন মোৰ লৈছে ৷ বিশেষকৈ দুর্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা জোনমণিৰ দুটা মোবাইল...

Read more

শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

বিভিন্ন ওজৰ আপত্তি তথা বিতর্ক সত্বেও শিক্ষাসেতু এপত শিক্ষক আৰু শিক্ষার্থীৰ উপস্থিতি নিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ইতিমধ্যে তিনি...

Read more

কৃত্ৰিম বানত গৃহবন্দী গুৱাহাটীবাসী, মহানগৰীৰ মাজমজিয়াত গাড়ী নহয়, চলিল এছডিআৰএফৰ নাওঁ , প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ

বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰক্ষুণৰ ফলত গুৱাহাটীত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ মহানগৰী খনৰ বিভিন্ন প্ৰান্ত জলমগ্ন হৈ...

Read more

শিলচৰ মেডিকেল কলেজত শিশু চুৰি কৰিবলৈ আহি আটক দুই মহিলাসহ যুৱক

শিলচৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে  ভয়াৱহ ঘটনা ৷ শিশু চুৰি কৰিবলৈ আহি আটক হ’ল দুই মহিলাসহ এজন যুৱক ৷...

Read more

ৰাইজৰ কথা আৰু নুশুনে চৰকাৰে, নিয়ামক আয়োগৰ ক্ষমতা কর্তনঃ যেতিয়াই মন যায় তেতিয়াই বিজুলী মাচুল বৃদ্ধিৰ “লাইচেঞ্চ’ এপিডিচিএলক

  বিজুলীৰ মাচুল বৃদ্ধিয়ে ৰাজ্যবাসীক  জ্বলাকলা খুৱাই আহিছে ৷ ইয়াক লৈ ৰাজ্যজুৰি প্ৰতিবাদো অব্যাহত আছে ৷ কিন্তু ৰাইজৰ কথাহে শুনিবলৈ...

Read more
Page 126 of 543 1 125 126 127 543