মুখ্য সংবাদ

বিশিষ্ট লেখক মিলিন্দ মাৰাঠে, ভূষণ ভাৱে, অন্সু যোশী আৰু সাংবাদিক ৰুবিকা লিয়াকতকে ধৰি ৰাষ্ট্ৰীয় আৰু স্হানীয় লেখক-সাহিত্যিক-সাংবাদিকৰ অংশগ্ৰহণেৰে “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”ৰ সফল আৰম্ভনি

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হ'ল শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ...

Read more

খেল মহাৰণত নাম পঞ্জীয়ন কৰিবলৈ ৰাইজক আহ্বান জিলা আয়ুক্ত, মেয়ৰৰ

গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ ৰাজ্যত ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি আৰু ক্ৰীড়া প্ৰতিভাৰ সন্ধানৰ উদ্দেশ্যৰে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণ, ২০২৩...

Read more

নগাঁৱৰ বটদ্ৰৱাৰ খালৈগাঁৱত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশেষ স্বাস্থ্যমেলা সম্পন্ন

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৯ছেপ্টেম্বৰ :--নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত তথা বেবেজীয়াৰ সমীপৰ খালৈগাঁৱত বৃহস্পতিবাৰে পশ্চিম নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত...

Read more

কাবেৰী নদীৰ পানীৰ বিবাদ, কৰ্ণাটকত ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ

চুবুৰীয়া ৰাজ্য তামিলনাডু কৰ্ণাটকৰ কাবেৰী নদীৰ পানী মুকলিক লৈ বিতর্ক অব্যাহত আছে ৷ কাবেৰী নদীৰ  পানী মুকলি কৰাৰ প্ৰতিবাদত শুকুৰবাৰে...

Read more

পাকিস্তানৰ বেলুচিস্তানত ধৰ্মীয় সভাৰ বিস্ফোৰণত কমেও ৫০ জন লোকৰ মৃত্যু, আহত ১৫০ জন লোক

পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হৈছে  আন এক ভয়াৱহ বিস্ফোৰণ। শুকুৰবাৰে প্ৰদেশখনৰ মাস্তাং জিলাৰ সদৰ চহৰত ধৰ্মীয় সমাৱেশত সংঘটিত হোৱা বিস্ফোৰণত কমেও...

Read more

হঠাৎ সুৰ সলনি কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে, ভাৰতৰ সৈতে সুসম্পৰ্ক স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ

  খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজাৰৰ হত্যাকাণ্ডৰ গোচৰত কানাডাৰ সংসদত থিয় দি ভাৰতক লক্ষ্য কৰি লোৱাৰ ডেৰ সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী...

Read more

উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ৫জি অভিজ্ঞতা কেন্দ্ৰ আৰু প্ৰয়োগৰ শুভাৰম্ভ

ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত ৫জি প্ৰযুক্তিৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ লক্ষ্যৰে অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনে(এমট্ৰণ) বিভিন্ন চৰকাৰী সংস্থাৰ সহযোগত...

Read more

বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল দুষ্ট চক্ৰৰ

প্ৰৱঞ্চনাৰে লুণ্ঠনৰ জাল মেলিছে একাংশ চাইবাৰ অপৰাধীয়ে ৷ কলচেণ্টাৰ স্থাপন কৰি দেশ বিদেশৰ লোকক গ্ৰেপ্তাৰ কৰা এটা চাইবাৰ অপৰাধী চক্ৰ...

Read more

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দিশত উল্লেখযোগ্য পদক্ষেপ

দিছপুৰ, ২৮ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত...

Read more

নগাঁৱৰ আমনি-শালনা আৰু চামগুৰি-উদমাৰী সংযোগী পথৰ বিধ্বস্তৰূপ,পথ দুটা পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৮ছেপ্টেম্বৰ :--- নগাঁও জিলাৰ আমনি-শালনা সংযোগী পথটোৰ লগতে চামগুৰি-উদমাৰী সংযোগী পথটোও আজি বহু বছৰ ধৰি বিধস্ত হৈ পৰাৰ...

Read more
Page 133 of 543 1 132 133 134 543