মুখ্য সংবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত গছপুলি ৰোপনেৰে অভিলেখৰ চেষ্টা, জনতা ভৱনত গছপুলি ৰুলে মুখ্যমন্ত্ৰীয়ে

  এক নতুন সেউজ ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে অসম ৷ ৰাজ্যত বৃক্ষ অৰ্থনীতিৰ নতুন অধ্যায় সূচনা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

Read more

স্বামী জীয়াই থকৰা পাছতো ভাট্টা লাভৰ বাবে নিজকে সজালে বিধবা

স্বামী জীয়াই থকাৰ পাছতো কেবল বিধৱা পেঞ্চন লাভৰ বাবেই নিজকে বিধৱা সজালে মহিলাই ৷ এনে অভিযোগত বিডিঅ’ই থানাত ১২ গৰাকী...

Read more

পাৰ্কিনছন, কেন্সাৰ গৱেষণালৈ স্বীকৃতি, ৮ বিজ্ঞানীলৈ ‘বিজ্ঞানৰ অস্কাৰ’

পাৰ্কিনছন ফাউণ্ডেচনৰ শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বতে ১০ লাখতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত। কিন্তু দুটা দশকৰ...

Read more

চাইবাৰ অপৰাধ, ২০ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা

চাইবাৰ অপৰাধৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ ভুৱা কল চেণ্টাৰ স্থাপন কৰি দেশ বিদেশৰ লোকসকলক প্ৰতাৰণা কৰি...

Read more

উপাচার্যক অপসাৰণৰ দাবী, ৩০ ছেপ্টেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাডু সিঙক অপসাৰণৰ দাবীৰে বিশাল প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ অহা...

Read more

শ্ৰীমন্ত শংকৰদেৱৰ তিৰিভাৱত হৰিনামে ধ্বনিৰে মুখৰ ৰাজ্য

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা  শ্ৰীমন্ত শংকৰদেৱৰ আজি  ৪৫৪ তম তিৰোভাৱ তিথি ৷ এই তিৰোভাৱ তিথিত আজি নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰে...

Read more

অসম বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা

শিলচৰস্থিত  অসম বিশ্ববিদ্যালয়ৰ নতুন আচার্য হৈছে প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা। শেহতীয়াকৈ তেওঁক এই পদত নিযুক্তি দিয়া হৈছে ৷...

Read more

ৰাজ্যৰ ১২ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাত্ৰ এখনতহে আছে সকলো বিভাগৰ চিকিৎসা উপলব্ধ,

ৰাজ্যত এখনৰ পাছত আন এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷ এখন দুখনকৈ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২ খনলৈ বৃদ্ধি...

Read more

কাছাৰ এনআইটিত ছাত্ৰৰ আত্মহত্যক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদী শিক্ষার্থীয়ে ভাঙিলে ডীনৰ গাড়ী, আৰক্ষীৰ লাঠীচালনা

কাছাৰ জিলাৰ শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ এনআইটিত  শুকুৰবাৰে নিশা  সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ এনআইটিৰ হোষ্টেলত এজন ছাত্ৰৰ...

Read more

মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি, এতিয়াও মৰ্গত পৰি আছে ৯৬টা অচিনাক্ত মৃতদেহ

বিগত চাৰি মাহৰো অধিক কালজুৰি মণিপুৰত উত্তপ্ত পৰিস্থিতি অব্যাহত আছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত...

Read more
Page 141 of 543 1 140 141 142 543