VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উপাচার্যক অপসাৰণৰ দাবী, ৩০ ছেপ্টেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 16, 2023
in মুখ্য সংবাদ
উপাচার্যক অপসাৰণৰ দাবী, ৩০ ছেপ্টেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাডু সিঙক অপসাৰণৰ দাবীৰে বিশাল প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ অহা ৩০ ছেপ্তেম্বৰত এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিব এবছুৱে ৷ আজি এই কথা সদৰী কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ১০ হেজাৰ লোকৰ উপস্থিতিত এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰা হ’ব ৷

 

উল্লেখ্য যে উপাচার্যক অপসাৰণৰ দাবীৰে দীর্ঘদিন ধৰি এবছুৱে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ৷ বিশ্ববিদ্যালয় চৌহদত ধর্ণা কার্যসূচীৰ লগতে গুৱাহাটীতো এবছুৱে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল ৷ তেওঁলোকৰ মতে উপাচার্যৰ আমোলাত বিশ্ববিদ্যালয়খনত অনিয়ম সংঘটিত হৈছে ৷ যাৰ বাবে ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠানখনৰ মান নিম্নগামী হৈছে ৷

 

অৱশ্যে এইক্ষেত্ৰত উপাচার্যৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগত ৰুজু হোৱা দুটা গোচৰৰ বিষয়ে উল্লেখ কৰে এবছুৰ সভাপতি গৰাকীয়ে ৷ বড়োৰ মতে দুর্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাছত ন্যায়ালয়ৰ পৰা  জামিন লাভ কৰা এজন উপাচার্যই কেনেকৈ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে ?

 

 

 

Previous Post

শ্ৰীমন্ত শংকৰদেৱৰ তিৰিভাৱত হৰিনামে ধ্বনিৰে মুখৰ ৰাজ্য

Next Post

চাইবাৰ অপৰাধ, ২০ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
চাইবাৰ অপৰাধ, ২০ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা

চাইবাৰ অপৰাধ, ২০ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7