মুখ্য সংবাদ

পাণ্ডু বিহু সন্মিলনী, মালিগাঁৱৰ উদ্যোগত অহা ১৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ উদযাপন কৰিবলগীয়াহ’ ৬৩ সংখ্যক ৰঙালী বিহু উৎসৱত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে

পাণ্ডু বিহু সন্মিলনী, মালিগাঁৱৰ উদ্যোগত অহা ১৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ উদযাপন কৰিবলগীয়াহ' ৬৩ সংখ্যক ৰঙালী বিহু উৎসৱত বিভিন্ন প্ৰতিযোগিতাৰ...

Read more

এই ব’হাগৰ পৰা বৃদ্ধাশ্ৰম বন্ধ হওঁক : দীপক শৰ্মা

কাইলৈৰ পৰা অসম প্ৰদেশৰ চৌপাশে অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ, হেঁপাহৰো হেঁপাহৰ, বাপতি সাহোন ৰঙালী বিহু আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত জাকজমকতাৰে অনুষ্ঠিত...

Read more

১৫ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ বোন্দাত ৰঙালী বিহু সন্মিলন

মহানগৰীৰ নাৰেংগীৰ সমীপৰ "বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰ" প্ৰাংগণত অহা ১৫ আৰু ১৬ এপ্ৰিলত দুদিনীয়া বৰ্ণিল...

Read more

শৈক্ষিক ক্ষেত্ৰলৈ সুখবৰঃ আন্তঃৰাষ্ট্ৰীয় তালিকাত প্ৰথম শাৰীতে আছে জে এন ইউ

ভাৰতৰ ৬৯খন বিশ্ববিদ্যালয়ে কিউ এছ বিশ্ববিদ্যালয় ৰেংকিঙ-২০২৪ (QS University Rankings 2024 )ৰ আন্তঃৰাষ্ট্ৰীয় তালিকাত স্থান লাভ কৰিছে। এই বিষয়ভিত্তিক তালিকাত...

Read more

ভৰৰ ৰহস্যৰ আৱিস্কাৰক-ন’বেল বটাঁ বিজয়ী পিটাৰ হিগছৰ দেহাৱসান

পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা  বিজয়ী পিটাৰ হিগছৰ মঙলবাৰে দেহাৱসান ঘটে ৷   স্কটলেণ্ডৰ এডিনবাৰ্গত ৯৪ বছৰ বয়সত মৃত্যু হয় হিগছৰ। প্ৰায়...

Read more

ভোটদানৰ বাবে ৰাইজক আগ্ৰহী কৰাৰ লক্ষ্য, ভোট দিয়াৰ পাছত ৰেষ্টুৰেণ্টৰ খাদ্য বিলত পাব ২০ শতাংশ ৰেহাই, কোন ৰাজ্যত এই ‘উপহাৰ’ দিয়া হ’ব?

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ বাবে বিশেষ ঘোষণা। ভোটদানৰ পিছত যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত খাবলৈ গ’লে খাদ্যৰ বিলত ২০ শতাংশ ৰেহাই...

Read more

দেখা নগ’ল জোন, বৃহস্পতিবাৰে ৰাজ্যত ঈদ, সজাই তোলা হৈছে মছজিদ-ঈদগাহ

  সমগ্ৰ দেশৰ লগত অসমতো অহা ১১ এপ্ৰিল বৃহস্পতিবাৰে পালন কৰা হব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ। মঙ্গলবাৰে এক...

Read more

মেট্ৰিক-হায়াৰছেকেণ্ডাৰীৰ পাছত পুনেৰ আইছাৰতো শ্ৰেষ্ঠ, পুনৰ মেধাৰ বলত জিলিকি উঠিল ধৃতিৰাজ

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাবী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷তীব্ৰ মেধাসম্পন্ন ছাত্ৰজনে বর্তমান অধ্যয়নৰত হৈ থকা পুনে  আইছাৰত (IISER)...

Read more
Page 28 of 543 1 27 28 29 543