মুখ্য সংবাদ

ঘোষণা হ’ল নতুন এছ অ’ পি: কিছু শিথিলতাৰে সৈতে সান্ধ্য আইনৰ সময় সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ

ৰাজ্যখনৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা সোমবাৰে ঘোষনা কৰা হৈছে নতুন SOP । ১০ জুলাই...

Read more

অসম-মেঘালয় সীমা বিবাদ সমাধানৰ বাবে দুই মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে অতি তৎপৰতাৰে অসম চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিছে।বৃহস্পতিবাৰে অসম-মিজোৰামৰ সংঘাতক লৈ এক আলোচনা হোৱাৰ...

Read more

ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূবৰ তৃতীয় গৰাকী খেলুৱৈৰ অলিম্পিক পদক লাভ

মনিপুৰৰ নীলকান্ত শৰ্মা ভাৰতীয় পুৰুষ হকী দলৰ এই মিডফিল্ডাৰ জনে ভাৰতীয় হকী দলৰ হৈ লাভ কৰিলে ব্ৰঞ্জৰ পদক। বৃহস্পতিবাৰে ভাৰতীয়...

Read more

অসম-মিজোৰাম সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ দুই ৰাজ্যৰ নেতৃবৃন্দৰ

অৱশেষত বৃহস্পতিবাৰে অসম-মিজোৰাম সীমা বিবাদৰ কেন্দ্ৰ কৰি আইজলত অনুষ্ঠিত হোৱা বৈঠকত দুই ৰাজ্যৰ মাজত এক চুক্তি স্বাক্ষৰিত হ‘য়। মিজোৰামৰ ৰাজধানী...

Read more

দেশত এদিনতে বৃদ্ধি পালে ১২ হাজাৰ ক‘ভিড ৰোগী, ৫৬২ জনৰ মৃত্যু

বিশ্বজুৰি ক’ভিডৰ দ্বিতীয় ঢৌ কিছু হ্ৰাস পাইছে যদিও ভাৰতবৰ্ষত কালি দিনটোৰ ভিতৰত আক্ৰান্তৰ সংখ্যা  ১২ হাজাৰ বৃদ্ধি পাইছে। অৰ্থাৎ দেশত...

Read more

মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহঃ নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে অনুমতি ল’ব নালাগে জিলা প্ৰশাসনৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যোৱা ৪ আগষ্ট বুধবাৰে এক কেবিনেট বৈঠক অনুস্থিত হৈ যায় । এই...

Read more

লকডাউনৰ সংকটঃ গুৱাহাটীত দেহ ব্যৱসায়ত নামিছে মধ্যবিত্ত পৰিয়ালৰ বহু যুৱতী, অনলাইন চাইটত মুকলি বিজ্ঞাপন

২৬ বছৰীয়া তৰালীয়ে (নাম সলনি কৰা হৈছে) গুৱাহাটীৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ঘৰলৈ উভতি নগ’ল।...

Read more

ক‘ভিডৰ সমান্তৰালকৈ উজনিত জাপানীজ এনকেফেলাইটিছৰ পাদুৰ্ভাৱঃশিশুসহ ১২ গৰাকী ৰোগীৰ মৃত্যু

ক‘ভিডৰ ভয়াবহতাৰ মাজতে অসমৰ উজনিত জাপানীজ এনকেফেলাইটিছে লৈছে সংহাৰী ৰূপ। এপ্ৰিল মাহৰ আৰম্ভ হোৱা এই ৰোগত এইপৰ্যন্ত ১৬৬ জন লোক...

Read more

বিশ্বক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিকত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছাৰমেনেলিৰ হাতত পৰাজিত হৈও ব্ৰঞ্জৰ পদকেৰে ইতিহাস ৰচিলে অসমৰ লাভলীনা বৰগোঁহায়ে

তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছাৰমেনেলিৰ বিৰুদ্ধে তীব্ৰ যুঁজৰ অন্তত পৰাজিত হৈও পদক আজুৰি আনি ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰিলে অসম...

Read more
Page 519 of 521 1 518 519 520 521