মুখ্য সংবাদ

অসমীয়া যুৱতীৰ সাফল্যঃবায়ুসেনাৰ যুঁজাৰু বিমানৰ লেফটেনেণ্ট নিযুক্তি আকাংক্ষা

সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অন্য এক সাফল্য কঢ়িয়াই আনিলে অসম কন্যা আকাংক্ষাই।উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বিশেষ খ্যাতিৰে এই সাফল্য...

Read more

ভূটানৰ বানে প্লাৱিত কৰিলে বঙাই গাঁও-চিৰাং জিলাৰ বিস্তীৰ্ণ অঞ্চলঃগৰ্ভৱতী মহিলাকে ধৰি হাজাৰোধিক লোকে থিতাপি ললে আশ্ৰয় শিৱিৰত

ভূটানৰ পৰা নামি অহা ধলে প্লাৱিত কৰিলে বঙাইগাঁও-চিৰাং জিলাৰ বিস্তীৰ্ণ অঞ্চল।বিশেষকৈ চিৰাং জিলাৰ বান পৰিস্থিতিৰ ক্ৰমাৎ অধিক অৱনতি ঘটিছে।মাক্ৰা,লাংখাৰ,টাকলাই,নাঙলৰ ওপৰেদি...

Read more

তিব্বতত মুষলধাৰ বৰষুণঃ সোঁতে খহালে সোৱণশিৰি বান্ধৰ গাৰ্ডৱাল-টানেল ৰোড

সোৱণশিৰি নৈৰ বৰ্ধিত জলপৃষ্ঠই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ তীব্ৰ ভাবুকী কঢ়িয়াই আনিছে। উল্লেখ্য যে অসমবাসীৰ জনমতক সম্পূৰ্ণ উপেক্ষা কৰি এন...

Read more

ডিমা হাছাওত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৫ ট্ৰাক চালক নিহত, ট্ৰাকত অগ্নিসংযোগ

অসমৰ পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ উঠিছে। যোৱা কেইটামান বছৰ শান্ত হৈ থকাৰ পিছত পুনৰ আৰম্ভ হৈছে উগ্ৰপন্থীৰ...

Read more

ৰাষ্ট্ৰপতিৰ সন্মতিক্ৰমে ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশৰ নাম ঘোষণা

মহিলা সৱলীকৰণৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰতবৰ্ষ। শীঘ্ৰে নিযুক্তি হ’ব ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ।চুপ্ৰিম কৰ্টৰ কলেজিয়াম পাঠ্যক্ৰমৰ ন’টি...

Read more

পুনৰ ভাৰতীয় ষ্টেট বেংকৰ সতৰ্কবাণীঃ বন্ধ হৈ যাব পাৰে একাউন্ট

ভাৰতীয় ষ্টেট বেংকে পুনৰবাৰ সতৰ্ক কৰিছে গ্ৰাহকসকলক। উল্লেখ্য যে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত নকৰিলে বন্ধ হৈ যাব বেংক...

Read more

দ্বিতীয় বাৰলৈ হত্যা নকৰিব নন্দিতা শইকীয়াকঃ মৃত্যুৰ পিছত সমালোচনা কিমান যুক্তিসন্মত?

মৃত্যু এক চিৰন্তন সত্য। মৃত্যুক জয় কৰিব নোৱাৰি।সাধাৰণতে সকলো দোষৰ মাফ মৃত্যু । তথাপি মৃত্যু হোৱা জনক লৈ কৰা সমালোচনা...

Read more

ভাৰতলৈ হুংকাৰ পি টি আই নেত্ৰীৰঃকাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় লব তালিবানৰ

কাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় ল’ব নৃশংস সন্ত্ৰাসবাদী সংগঠন তালিবানৰ। এই হুংকাৰ প্ৰদান কৰিছে পাকিস্তানৰ পি টি আইৰ নেত্ৰী নিলম...

Read more

সম্পত্তিৰ পৰিমাণ আয়তকৈ ৯৫ শতাংশ অধিক! গ্ৰেপ্তাৰৰ পিছত ধুবুৰীৰ প্ৰাক্তন এ ডি চি ছইবৰ ৰহমানৰ ঘৰত আৰক্ষীৰ অভিযান

মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বিশেষ নিৰীক্ষণ গোটৰ এটি দলে এ চি এছ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব চাইবুৰ ৰহমানৰ বাসগৃহত...

Read more

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত ,চলিব নৈশবাছ

ৰাজ্যবাসীলৈ সু-খবৰ অহা ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা বাছ-মটৰৰ...

Read more
Page 518 of 526 1 517 518 519 526