VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

একেটা শিলতে খোদিত ২৪ ফুট ওখ অন্ধ্ৰ প্ৰদেশৰ বীৰ অঞ্জনেয় স্বামীৰ এই মন্দিৰ

আপুনি বাৰু জানেনে কোন এই 'বীৰ অঞ্জনেয় স্বামী' ?

voicedesk by voicedesk
November 29, 2022
in সংস্কৃতি
একেটা  শিলতে খোদিত  ২৪ ফুট  ওখ অন্ধ্ৰ প্ৰদেশৰ  বীৰ অঞ্জনেয় স্বামীৰ এই মন্দিৰ
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষ এনে এখন দেশ য’ত ৩৩কোটি দেৱ-দেৱতাক পূজা কৰা হয় আৰু সেই কোটি কোটি দেৱতাৰ ভিতৰত আকৌ কেইজনমান দেৱতাক বিশেষ ভাৱে পূজা-আৰাধনা কৰা হয় ৷সেই দেৱতাসকলৰ ভিতৰত সংকটমোচন হনুমান অন্যতম ৷ বিশেষকৈ মংগলবাৰৰ দিনটোত হনুমানক পূজা কৰিলে সকলো সংকট দূৰ হয় বুলি হিন্দুসকলৰ বিশ্বাস ৷  অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ পন্নুৰত অৱস্থিত পন্নুৰ বীৰ অঞ্জনেয় স্বামী মন্দিৰ হৈছে ভগৱান হনুমানৰ পূজা-আৰাধনা কৰা  এক বিখ্যাত মন্দিৰ। ১৯৬৯ চনত কোটা জগন্নাধ স্বামীয়ে নিৰ্মাণ কৰে অঞ্জনেয় স্বামীৰ  এই মন্দিৰত গৰুড়ৰ এটা মন্দিৰো আছে।। অঞ্জনাৰ পুত্ৰ বাবেই অন্ধ্ৰ প্ৰদেশত হনুমানক অঞ্জনেয় স্বামী বুলি কোৱা হয় ৷

দ্ৰাবিড় শৈলীৰ স্থাপত্যৰ ওপৰত আধাৰিত এই  মন্দিৰৰ মূল আকৰ্ষণ হৈছে এটা ক’লা শিলত কটা ২৪ ফুট উচ্চতাৰ বীৰ অঞ্জনেয় স্বামী আৰু ২৯ ফুট ওখ গৰুতমন্থ স্বামীৰ  মূৰ্তি। এই মন্দিৰ চৌহদৰ  ভিতৰত আছে ৩০ ফুট ওখ, ১৫ ফুট বহল আৰু ৬ ফুট ডাঠ গৰুড়ৰ মন্দিৰ  । পাঁচ মহলীয়া এই মন্দিৰত অহৰহ জ্বলি থাকে  পাঁচটগছ  আখণ্ড প্ৰদ্বীপ।

অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ  অমৰাৱতীৰ সংস্কৃতি অতি চহকী আৰু প্ৰাণৱন্ত। তেলেগু সাহিত্যৰ বাবে বিখ্যাত চহৰ গুণ্টুৰত তিক্কানা  নামৰ এজন বিখ্যাত কবিৰ জন্ম হৈছিল। তেওঁ এজন বিশিষ্ট কবি আছিল আৰু সংস্কৃত মহাকাব্য মহাভাৰত তেলেগুলৈ অনুবাদ কৰিছিল। দীপাৱলী, ঈদ, গুৰু পূৰৱ , সংক্ৰান্তি, শিৱৰাত্ৰি আৰু উগাড়ী আদি স্থানীয় উৎসৱবোৰ গুণ্টুৰত অতি ধুমধামেৰে পালন কৰা হয়।

একেটা ক’লা শিলত খোদিত এই অঞ্জনেয় স্বামী বা হনুমানৰ  আৰু গড়ূৰৰ মূৰ্তিয়ে ভাৰতীয় সভ্যতাৰ বহু পৌৰাণিক কাহিনীকেই যেন ব্যক্ত কৰে ৷ যাৰ বিষয়ে জানিবলৈ প্ৰতি মূহুৰ্ততে উৎসুক হৈ থাকে অন্যান্য দেশৰ লোকসকলৰ লগতে দেশ-বিদেশৰ বিজ্ঞানী সকলো ৷

Previous Post

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বাচনি কৰা ১০ বিচাৰপতিৰ নাকচ কৰিলে কেন্দ্ৰই

Next Post

শ্ৰদ্ধাৰ সৈতে থকাৰ সময়তো আন ২০ জনী হিন্দু ছোৱালীৰে সম্পর্ক কৰিছিল আফতাবে, পলিগ্ৰাফ টেষ্টত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
শ্ৰদ্ধাৰ সৈতে থকাৰ সময়তো আন ২০ জনী হিন্দু ছোৱালীৰে সম্পর্ক কৰিছিল আফতাবে, পলিগ্ৰাফ টেষ্টত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

শ্ৰদ্ধাৰ সৈতে থকাৰ সময়তো আন ২০ জনী হিন্দু ছোৱালীৰে সম্পর্ক কৰিছিল আফতাবে, পলিগ্ৰাফ টেষ্টত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7