VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হঠাৎ অসুস্থ জুবিন, হাস্পতালত ভৰ্তি

কালি গুৱাহাটীৰ এটা ষ্টুডিঅ’ত কাম কৰি থকা সময়তে অসুস্থ হৈ পৰে জুবিন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in সংস্কৃতি, মুখ্য সংবাদ
হঠাৎ অসুস্থ জুবিন,  হাস্পতালত ভৰ্তি
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

হঠাৎ অসুস্থ হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কালি গুৱাহাটীৰ এটা ষ্টুডিঅ’ত কাম কৰি থকা সময়তে হঠাৎ  অসুস্থ হৈ পৰে  অসমৰ বিশেষকৈ নতুন প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবেই তেওঁ অসুস্থ অনুভৱ কৰে। পৰৱৰ্ত্তী সময়ত  তেওঁক নিশা ১০ বাজি ৪৫ মিনিটত মহানগৰীৰ আয়ুৰসুন্দ্ৰ হাস্পতালত ভৰ্তি কৰে পৰিয়ালৰ লোকে। লগে লগে হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰে। ই চি জিকে  ধৰি  বিভিন্ন পৰীক্ষা সম্পন্ন কৰে জুবিনৰ। পৰীক্ষাৰ অন্তত জুবিন বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰে। ইপিনে আজি এক ভিডিঅ’ বাৰ্তাযোগে জুবিন নিজেও  সুস্থ হৈ উঠিছে বুলি প্রকাশ কৰিছে। অৱশ্যে আজিৰ দিনটো তেওঁ চিকিৎসকৰ নিৰীক্ষণত থাকিব। কাইলৈ তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। জুবিনৰ দ্ৰুত আশু আৰোগ্য কামনা কৰিছে জুবিনৰ অনুৰাগীসকলে।

Previous Post

ডবকা বাসীলৈ সুখবৰ

Next Post

দেৱালয়ৰ সোণ ৰাজহুৱাখণ্ডৰ উন্নয়নত ব্যৱহাৰ

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
দেৱালয়ৰ সোণ ৰাজহুৱাখণ্ডৰ উন্নয়নত ব্যৱহাৰ

দেৱালয়ৰ সোণ ৰাজহুৱাখণ্ডৰ উন্নয়নত ব্যৱহাৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7