VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুমাহ ধৰি বন্ধ হৈ আছে চাউল , আটাৰ বিতৰণঃ বঞ্চিত হৈছে প্ৰায় ৫৯ লাখ হিতাধিকাৰী

voicedesk by voicedesk
July 15, 2021
in অৰ্থনীতি, ৰাজনীতি
দুমাহ ধৰি বন্ধ হৈ আছে চাউল , আটাৰ বিতৰণঃ বঞ্চিত হৈছে প্ৰায় ৫৯ লাখ হিতাধিকাৰী
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

যোৱা  দুমাহ ধৰি বন্ধ হৈ আছে  ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত  চাউল , আটা বিতৰণ কাৰ্যসূচী ।  কৰ’না মহামাৰীৰ এনে দুৰ্যোগৰ সময়তো প্ৰায় ৫৯ লাখ হিতাধিকাৰীয়ে বিনামূলীয়া চাউল লাভৰপৰা বঞ্চিত হৈছে । কামৰূপ মেট্ৰ জিলাক বাদ দি ৰাজ্যৰ অন্য জিলাসমূহত ব্যাহত হৈ আছে  ৰাজহুৱা বিতৰণ ব্যৱস্থা ।

দৈনিক জনমভূমি কাকতত প্ৰকাশিত এক প্ৰতিবেদন  অনুসৰি  যি সময়ত প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ  যোজনাৰ দৰে অভিলাষী আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাইছে , সেই সময়তে এন এফ এছ অৰ্থাৎ  ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰী বিতৰণ বন্ধ হৈ থকা কাৰ্যই তাৎপৰ্য বহন কৰিছে ।

উল্লেখযোগ্য  যে যোৱা ২৬ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  খাদ্য অসামৰিক  যোগান আৰু সমবায় বিভাগক ৰাজহুৱা বিতৰণ ব্যৱস্থাত আহি পৰা জটিলতা আঁতৰাবলৈ নিৰ্দেশ দিছিল ।  প্ৰয়োজনত এই সম্পৰ্কীয়  বিধি সংশোধন কৰাৰ বাবেও নিৰ্দেশ দিছিল ।  কিন্তু বিভাগটোৱে  বিগত দুটা সপ্তাহ  তেনে ধৰণৰ কোনো তৎপৰতা  প্ৰদৰ্শন কৰা দেখা নগ’ল ।

আনহাতে গাঁও পঞ্চায়ত সমবায় সমিতিসমূহক বাজেটৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এই আশ্বাসৰ পাচতো এইক্ষেত্ৰত সমবায় সমিতিৰ অধিকাংশই সহযোগিতা কৰা নাই বুলি উল্লেখ কৰা হৈছে কাকতখনত ।

উল্লেখ্য যে সমবায় সমিতিসমূহৰ অসহযোগিতাৰ বাবেহে হিতাধীকাৰীসকল বঞ্চিত হৈছে প্ৰাপ্যৰ পৰা ।  সমবায় সমিতি সমূহে  অনাদায় পৰিবহণ ব্যয় নোপোৱাত  সামগ্ৰী নুঠোৱাৰ সিদ্ধান্তৰ  বাবে এনে দুৰ্যোগৰ সময়তো দৰিদ্ৰ লোকসকলে লাভ কৰা নাই  এন এফ এছৰ চাউল ।  

সাম্প্ৰতিক পৰিস্থিতিত খাদ্য অসামৰিক বিভাগে কি ভূমিকা লয় সেই কথাহে লক্ষণীয় হ’ব ।

Previous Post

পৰ্যাপ্ত টোপনিৰ অভাৱে বৃদ্ধি কৰে গুৰুতৰ বেমাৰৰ আশংকা

Next Post

ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচিত হ’ল অসমৰ পুতৌজনক শিক্ষা ব্যৱস্থাঃ দেশৰ ভিতৰত সৰ্বনিম্ন শিক্ষা ক্ষেত্ৰৰ আন্তঃগাঁথনি

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
Next Post
ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচিত হ’ল অসমৰ পুতৌজনক শিক্ষা ব্যৱস্থাঃ দেশৰ ভিতৰত সৰ্বনিম্ন শিক্ষা ক্ষেত্ৰৰ আন্তঃগাঁথনি

ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচিত হ’ল অসমৰ পুতৌজনক শিক্ষা ব্যৱস্থাঃ দেশৰ ভিতৰত সৰ্বনিম্ন শিক্ষা ক্ষেত্ৰৰ আন্তঃগাঁথনি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7