VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

গৰৈমাৰীত মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক চেক বিতৰণ

চেক বিতৰণ ২০২১-২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ হিতাধিকাৰীক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 14, 2022
in অৰ্থনীতি
গৰৈমাৰীত মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক চেক বিতৰণ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ মাইক্ৰ’ফাইনেন্স ৰিলিফ আঁচনি অনুসৰি  অসম চৰকাৰে ইতিমধ্যেই ঋণ লওঁতাসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋণগ্ৰস্ত মহিলাসকলক চেক বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ হিতাধিকাৰী সকলকো চেক বিতৰণ কৰিছে চৰকাৰখনে ৷

শেহতীয়াকৈ  ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি আঠখনকৈ গাঁও পঞ্চায়তৰ সভাপতিসকলৰ উপস্থিতিত  গৰৈমাৰী অঞ্চলৰ ১৭৪৪ গৰাকী ঋণগ্ৰস্ত মহিলাক বিতৰণ কৰা হ’ল চেক ৷২০২১-২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ হিতাধিকাৰী সকলকো চেক বিতৰণ কৰা হয় উক্ত অনুষ্ঠানত৷

আনহাতে সমান্তৰালভাৱে বকোতো ২০৫২গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় ৷

Previous Post

বছৰটোৰ প্ৰথমটো বানত বুৰিল কামপুৰ-কচুৱাৰ বিভিন্ন অঞ্চল

Next Post

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

Related Posts

কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?
অৰ্থনীতি

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
প্ৰদর্শনত সন্তুষ্ট, চি ই অ’ৰ বছৰি দৰমহা ৭৯ কোটিলৈ বৃদ্ধি কৰিলে এইটো প্ৰতিষ্ঠানে
অৰ্থনীতি

প্ৰদর্শনত সন্তুষ্ট, চি ই অ’ৰ বছৰি দৰমহা ৭৯ কোটিলৈ বৃদ্ধি কৰিলে এইটো প্ৰতিষ্ঠানে

May 26, 2022
জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?
অৰ্থনীতি

জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?

May 24, 2022
আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য  হ্ৰাস
অৰ্থনীতি

আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য হ্ৰাস

May 23, 2022
পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ
অৰ্থনীতি

পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

May 21, 2022
টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”
অৰ্থনীতি

টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”

May 20, 2022
Next Post
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ'ব পাৰে’

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7