VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ত্ৰিছম’ ব্ৰেণ্ডৰ অধীনত জনজাতীয় লোকৰ সামগ্ৰীয়ে দখল কৰিছে বিহুৰ বজাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 12, 2023
in অৰ্থনীতি
‘ত্ৰিছম’ ব্ৰেণ্ডৰ অধীনত জনজাতীয় লোকৰ সামগ্ৰীয়ে দখল কৰিছে বিহুৰ বজাৰ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান চমুকৈ আইআই আৰু প্ৰধানমন্ত্ৰী বন-ধন যোজনাৰ হৈ ত্ৰিছম ব্ৰেণ্ডে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোগালী মেলাত অংশগ্ৰহণ কৰিছে। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ উদ্যোগত দীঘলীপুখুৰী পাৰত ১১ আৰু ১২ জানুৱাৰী,২০২৩ ত অনুষ্ঠিত ভোগালী মেলা , ১১ -১৪ জানুৱাৰীলৈ ধেমাজিৰ কর্টগ্ৰাউণ্ডত অনুষ্ঠিত আত্মনির্ভৰ ধেমাজি মহোৎসৱ,নেডফিৰ ভোগালী মেলাত ব্ৰেণ্ডটোৱে অংশগ্ৰহণ কৰিছে ৷ভোগালী মেলাত অংশগ্ৰহণ কৰাৰ উপৰিও ত্ৰিছমে গুৱাহাটীৰ লালমাটিৰ আই আই ই চৌহদ, অসম সচিবালয়, দিছপুৰ,  আৰু দীপৰ বিলত বিপনী স্থাপন কৰিছে। ইয়াৰ উপৰিও গুৱাহাটীৰ গেমছ ভিলেজ আৰু ভেটাপাৰা চাৰিআলি অঞ্চলতো বিপনী স্থাপন কৰা হৈছে। ওদালগুৰি জিলাৰ বন ধন গোটসমূহেও তেওঁলোকৰ অঞ্চলত আয়োজন কৰা প্ৰাক ভোগালী মেলাত অংশগ্ৰহণ কৰিছে। ব্ৰেণ্ডটোৱে ভোগালী মেলাসমূহত  গুড়, মুৰি, পিঠা, লাডু, ক’লা ধানৰ চিৰা, জহাধানৰ চিৰা, বৰা চাউল,তিল সান্দহ আদি প্ৰদর্শন কৰি গ্ৰাহকৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰিছে ৷ ইতিমধ্যে তেওঁলোকে সহাঁৰিও লাভ কৰিছে ৷

 

‘প্ৰধানমন্ত্ৰী বন ধন যোজনা’ হৈছে বনাঞ্চলসমূহত বাস কৰা লোকসকলৰ বাবে গ্ৰহণ কৰা এখন আঁচনি ৷ যাতে তেওঁলোকে প্ৰাকৃতিকভাৱে উপলব্ধ বনজ সামগ্ৰী সংগ্ৰহ কৰি জীৱিকাৰ বাবে সংসাধন কৰিব পাৰে। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে পোনপটীয়াকৈ এই আঁচনিখন পৰিচালনা কৰে আৰু জনজাতীয় হিতাধিকাৰীৰ বাবে বহনক্ষম জীৱিকা গঢ়ি তোলাই ইয়াৰ লক্ষ্য। এই প্ৰকল্পটো এপিটিডিচিৰ লগতে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ (ভৈয়াম),ন’ডেল এজেন্সী হিচাপে কাম কৰি আহিছে । আঁচনিখনৰ সঠিক ৰূপায়নৰ বাবে আই আই ইক সম্পদ সংস্থা হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে ৷  ট্ৰাইফেড হৈছে প্ৰকল্পটোৰ পৃষ্ঠপোষক সংস্থা।

 

আঁচনি আৰু অভিযানক প্ৰতিনিধিত্ব কৰিবলৈ ইয়াক  ‘ত্ৰিছম – অসমৰ জনজাতিসকলৰ পৰা,বিশ্বলৈ সোৱাদ ’ বুলি নামাকৰণ কৰা হৈছে ৷ যাৰ অধীনত জনজাতীয় হিতাধিকাৰীসকলে উৎপাদিত সামগ্ৰীসমূহৰ বিপনন  কৰা হৈছে।

 

 

Previous Post

কেনেকৈ ১০৫ কিলোগ্ৰামৰ পৰা ৬৫ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে ৰেমো ডিছ’জাৰ পত্নী লিজেলে?

Next Post

বছৰৰ আৰম্ভণিতে ফিটনেছৰ সমস্যাৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনক লৈ অনিশ্চিত জ’কভিচ

Related Posts

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
Next Post
বছৰৰ আৰম্ভণিতে ফিটনেছৰ সমস্যাৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনক লৈ অনিশ্চিত জ’কভিচ

বছৰৰ আৰম্ভণিতে ফিটনেছৰ সমস্যাৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনক লৈ অনিশ্চিত জ’কভিচ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7