VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে

টুইটাৰত ল’গ’ত স্থান পোৱা এই কুকুৰটোৰ নাম কি জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 7, 2023
in অৰ্থনীতি
পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে। টুইটাৰত নতুনকৈ ব্যৱহাৰ হোৱা কুকুৰৰ ল’গ’টোৰ ঠাইত পুনৰ ঘূৰি আহিছে আগৰ নীলা চৰাইৰ ল’গ’টো । মাত্ৰ তিনিদিন পূৰ্বে নীলা চৰাইটো আঁতৰাই কুকুৰৰ ল’গ’ বনাইছিল ইলন মাস্কে । অৱশ্যে এই পৰিৱৰ্তন টুইটাৰত কেৱল ৱেব সংস্কৰণতহে কৰা হৈছিল।

এতিয়া পুনৰ নীলা চৰাইৰ ল’গ’টো ঘূৰাই অনা হৈছে আৰু সেয়েহে  ৱেব আৰু এপ দুয়োটাতে নীলা চৰাইৰ এই ল’গ’ দেখা পোৱা গৈছে। আনহাতে ল’গ’ সলনি হোৱাৰ পিছত ক্ৰিপ্টোকাৰেন্সী ডজক’ইন ১০% লৈ হ্ৰাস পাইছে।

আচলতে এই ‘ডজ’ ডজকইন ক্ৰিপ্টো মুদ্ৰাৰ আইকণ। ডজকইনৰ অন্যতম সমৰ্থক ইলন মাস্ক। যি ‘ডজ’ৰ মিম ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে নেটিজেন সকলৰ মাজত ৷

উল্লেখনীয় যে মাস্কে ফেব্ৰুৱাৰী মাহতেই ল’গ’ সলনি কৰাৰ ইংগিত দিছিল।কিন্তু  টুইটাৰৰ ল’গ’ সলনি হোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলে আচৰিত হৈ এই পৰিৱৰ্তনক লৈ ইজনে সিজনক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল। ব্যৱহাৰকাৰীসকলে ভাবিছিল যে কোনোবাই টুইটাৰ হেক কৰিছে। অৱশ্যে কিছু সময়ৰ পিছতে ইলন মাস্কে এটা টুইট কৰি স্পষ্ট কৰিছিল যে টুইটাৰে নিজৰ ল’গ’ সলনি কৰিছে। অৱশ্যে এতিয়া আকৌ ঘূৰি আহিছে টুইটাৰৰ এই নীলা চৰাইৰ ল’গ’।

টুইটাৰৰ  কুকুৰটোৰ নাম কি জানেনে ?

টুইটাৰৰ এই  কুকুৰটোৰ নাম কাবোছু ৷ টুইটাৰৰ ল’গ’ সলনি কৰাৰ পিছত ডজক’ইনে টুইট কৰি কয় যে এই কুকুৰটোৰ নাম কাবোছু। ইয়াৰ মালিক আটছুকো ছাটোৰ সৈতে জাপানৰ ছাকুৰাত থাকে। ২০১০ চনত আটছুকো ছাটোৱে তেওঁৰ ব্লগত কাবোছুৰ ফটো আপলোড কৰিছিল। ডজকইনে কয় যে কাবোছু এটা উদ্ধাৰকাৰী কুকুৰ।

Previous Post

ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িছে নেকি ? কোনটো পানীয়ত চুমুক দিলে বিষৰ পৰা পাব উপশম ?

Next Post

হিমাচলত বৈধ হ’ব ভাং খেতি ! আইনী দিশ চোৱাচিতাৰ বাবে গঠন কৰা হ’ল উচ্চস্তৰীয় কমিটী

Related Posts

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী
অৰ্থনীতি

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

June 9, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?
অৰ্থনীতি

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

June 7, 2023
কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
Next Post
হিমাচলত বৈধ হ’ব ভাং খেতি ! আইনী দিশ চোৱাচিতাৰ বাবে গঠন কৰা হ’ল উচ্চস্তৰীয় কমিটী

হিমাচলত বৈধ হ’ব ভাং খেতি ! আইনী দিশ চোৱাচিতাৰ বাবে গঠন কৰা হ’ল উচ্চস্তৰীয় কমিটী

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7