VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হ’ল গৌতম আদানী, বর্তমান তেওঁৰ সম্পত্তি কিমান জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 21, 2022
in অৰ্থনীতি
বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হ’ল  গৌতম আদানী, বর্তমান তেওঁৰ সম্পত্তি কিমান জানেনে ?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ চতুর্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হ’ল ভাৰতীয় উদ্যোগপতি গৌতম আদানী ৷ আদানীয়ে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছক অতিক্ৰম কৰি  বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে ৷  ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ্ছ লিষ্টত প্ৰকাশ পাইছে এই তথ্য । ৬০ বছৰীয়া আদানীৰ সম্পত্তি বৃহস্পতিবাৰে ১১৫.৫ বিলিয়ন ডলাৰ হয় ৷ ইয়াৰ বিপৰীতে গেটছৰ সম্পত্তিৰ পৰিমান হৈছে ১০৪.৬ বিলিয়ন ডলাৰ।৯০ বিলিয়ন ডলাৰৰ সম্পত্তিৰে মুকেশ আম্বানীয়ে এই তালিকাত দশম স্থান লাভ কৰিছে ৷ টেছলা আৰু স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্কে ২৩৫.৮ বিলিয়ন ডলাৰেৰে তালিকাৰ শীর্ষ স্থান লাভ কৰিছে ৷

উল্লেখ্য যে মাত্ৰ তিনি বছৰতে আদানীয়ে সাতটা বিমানবন্দৰ আৰু ভাৰতৰ বিমান পৰিবহণৰ প্ৰায় এক চতুৰ্থাংশৰ নিয়ন্ত্ৰণ লাভ কৰিছে। তেওঁৰ গ্ৰুপটো বর্তমান দেশৰ সৰ্ববৃহৎ বিমানবন্দৰ পৰিচালক, বিদ্যুৎ উৎপাদক আৰু বেচৰকাৰী খণ্ডৰ  গেছৰ খুচুৰা বিক্ৰেতাৰ মালিক।

বৃহস্পতিবাৰে  আদানিয়ে প্ৰকাশ কৰা অনুসৰি  ইজৰাইলৰ এটা বন্দৰ ব্যক্তিগতকৰণৰ বাবে গাড’টৰ সৈতে অংশীদাৰিত্বৰে গোটটোৱে নিবিদা লাভ কৰিছে।ইজৰাইলৰ তিনিটা প্ৰধান আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বন্দৰৰ ভিতৰত হাইফা বন্দৰ আটাইতকৈ ডাঙৰ।তদুপৰি আগন্তুক ৫জি নিলামত অংশগ্ৰহণৰ বাবে আদানী ডাটা নেটৱৰ্কছৰ লগতে ৰিলায়েন্স জিঅ’, ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াইও আবেদন কৰিছে। ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব  এই স্পেকট্ৰম নিলাম ৷

 

Previous Post

ৰাজস্থানৰ বহুকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

Next Post

ষ্টাইলিছ তাৰকা আল্লু অৰ্জুনে এইবাৰ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে ‘পুষ্পা: দ্য ৰুল’ত

Related Posts

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
Next Post
ষ্টাইলিছ তাৰকা  আল্লু অৰ্জুনে  এইবাৰ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে  ‘পুষ্পা: দ্য ৰুল’ত

ষ্টাইলিছ তাৰকা আল্লু অৰ্জুনে এইবাৰ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে ‘পুষ্পা: দ্য ৰুল’ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7