VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আজিও হ্ৰাস পালে সোণ-ৰূপৰ দাম, জানো আহক শেহতীয়া মূল্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2022
in অৰ্থনীতি
আজিও হ্ৰাস পালে সোণ-ৰূপৰ দাম, জানো আহক শেহতীয়া মূল্য
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

মাল্টি কমোডিটি এক্সচেঞ্জে ((MCX) ত আজি পুৱা সোণৰ দাম (Gold price Today) প্ৰতি ১০ গ্ৰামত (২৪ কেৰেট বিশুদ্ধতাৰ সোণৰ)১৯৮ টকা হ্ৰাস হৈ ৫১,৩৭৩ টকা হয়।

মঙলবাৰে সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পায়, আৰু ৰূপৰ মূল্য আকৌ এবাৰ ৬৮,০০০ৰ তললৈ হ্ৰাস পায়।
এমচিএক্সত ৰূপৰ মূল্যও হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে। ৰাতিপুৱা এক্সচেঞ্জত ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৯৯ টকা হ্ৰাস হৈ ৬৭,৯০৬ টকা হৈছেগৈ

আপুনি ঘৰত বহি বহিও সোণৰ দাম সহজেই জানিব পাৰে। তাৰ বাবে আপুনি কেৱল 8955664433 নম্বৰটোত এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য’ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰিব।

সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈকো চৰকাৰে এটা এপ সৃষ্টি কৰিছে। ‘বি.আই.এছ. কেয়াৰ এপ’ৰ পৰা গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে। এই এপটোত কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে।

Previous Post

ধর্মঘটৰ দ্বিতীয় দিনাও দেশজুৰি প্ৰভাৱ, ঠায়ে ঠায়ে প্ৰতিবাদ

Next Post

দিল্লীকে ধৰি এইকেইখনত ৰাজ্যত বলিব গ্ৰীষ্মপ্ৰৱাহ , বতৰ বিজ্ঞান বিভাগে দিলে সকীয়নি

Related Posts

‘ষ্টেলাণ্টিছে’ অহা বছৰ ‘চিট্ৰ’ন’ ব্ৰেণ্ডৰ অধীনত ভাৰতত ইয়াৰ প্ৰথম ইভি মুকলি কৰিব
অৰ্থনীতি

‘ষ্টেলাণ্টিছে’ অহা বছৰ ‘চিট্ৰ’ন’ ব্ৰেণ্ডৰ অধীনত ভাৰতত ইয়াৰ প্ৰথম ইভি মুকলি কৰিব

May 18, 2022
সাত মাহত দুগুণলৈ বৃদ্ধি  পাইকাৰী মুদ্ৰাস্ফীতি, পুনৰ বঢ়াব ৰেপ’ ৰেট !
অৰ্থনীতি

সাত মাহত দুগুণলৈ বৃদ্ধি পাইকাৰী মুদ্ৰাস্ফীতি, পুনৰ বঢ়াব ৰেপ’ ৰেট !

May 17, 2022
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ?
অৰ্থনীতি

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ?

May 17, 2022
গৰৈমাৰীত মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক চেক বিতৰণ
অৰ্থনীতি

গৰৈমাৰীত মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক চেক বিতৰণ

May 14, 2022
‘নৰ্থ-ইষ্ট ফুডটেক-২০২২’
অৰ্থনীতি

‘নৰ্থ-ইষ্ট ফুডটেক-২০২২’

May 11, 2022
আজি ক’ত কিমান হ’ল সোণৰ মূল্য  জানো আহক :-
অৰ্থনীতি

আজি ক’ত কিমান হ’ল সোণৰ মূল্য জানো আহক :-

May 10, 2022
Next Post
দিল্লীকে ধৰি এইকেইখনত ৰাজ্যত বলিব গ্ৰীষ্মপ্ৰৱাহ , বতৰ বিজ্ঞান বিভাগে দিলে সকীয়নি

দিল্লীকে ধৰি এইকেইখনত ৰাজ্যত বলিব গ্ৰীষ্মপ্ৰৱাহ , বতৰ বিজ্ঞান বিভাগে দিলে সকীয়নি

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7