আজি ভাৰতবৰ্ষত ১০ গ্ৰাম (২৪-কেৰেট) সোণৰ ব্যৱসায়িক মূল্য হৈছে ৫২,৩৭০ টকা ৷ আনফালে ৬৩,৮০০ টকা মূল্যৰ পৰা আজি এক কিলোগ্ৰাম ৰূপ বিক্ৰী কৰা হৈছে ৬৪,০০০ টকাত ।
মাচুল, ৰাজ্যিক কৰ আৰু আবকাৰী শুল্ক প্ৰস্তুত কৰাকে ধৰি গুৰুত্বপূৰ্ণ কাৰকৰ বাবে, হালধীয়া ধাতু সোণৰ মূল্য দৈনিক পৃথক হোৱা পৰিলক্ষিত হৈছে ৷
শুক্ৰবাৰে সমগ্ৰ দেশৰ কেইখনমান উল্লেকযোগ্য চহৰৰ সোণৰ মূল্য এনেধৰণৰ :-
গুড ৰিটাৰ্ণছ ৱেবছাইট অনুসৰি, দেশৰ চাৰিখন প্ৰধান চহৰৰ ভিতৰত মুম্বাই, কলকাতা আৰু নতুন দিল্লীত ১০ গ্ৰাম (২২ কেৰেট) সোণৰ মূল্য ৪৮,০০০ টকা। একে বিশুদ্ধতাৰ দহ গ্ৰাম সোণৰ মূল্য চেন্নাইত ৪৮,৪৯০ টকা।
যদি আমি ২৪ কেৰেট সোণৰ হাৰ চাওঁ, তেন্তে ১০ গ্ৰাম সোণ নতুন দিল্লী, মুম্বাই আৰু কলকাতাত ক্ৰয় কৰা হৈছে ৫২,৩৭০ টকাত । চেন্নাইত একে পৰিমাণৰ ২৪-কেৰেট বিশুদ্ধতাৰ সোণ গ্ৰাহক সকলে ক্ৰয় কৰিছে ৫২,৮৯০ টকাত ।
আনফালে মাদুৰাই আৰু চণ্ডিগড়ত, ১০ গ্ৰাম (২২কেৰেট) সোণ ক্ৰমান্বয়ে ৪৮,৪৯০ টকা আৰু ৪৮,১৫০ টকাত বিক্ৰী কৰা হৈছে। একে পৰিমাণৰ ২৪-কেৰেট বিশুদ্ধতাৰ সোণ মাদুৰাইত ক্ৰয় কৰা হৈছে ৫২,৮৯০ টকা আৰু চণ্ডিগড়ত ৫২,৫২০ টকাত ।
কেৰালা, হায়দৰাবাদ আৰু বেংগালুৰুত, ১০ গ্ৰাম (২২ কেৰেট) সোণ ৪৮,০০০ টকাত ক্ৰয় কৰা হৈছে। বিজয়ৱাড়া, মাংগালোৰ আৰু মহীশূৰত, একে পৰিমাণৰ ২২-কেৰেট বিশুদ্ধতাৰ সোণ বিক্ৰী কৰা হৈছে ৪৮,০০০ টকাত । ওপৰোক্ত সকলো এলেকাত দহ গ্ৰাম (২৪-কেৰেট) সোণৰ মূল্য ৫২,৩৭০ টকা।
পুনে আৰু আহমেদাবাদত, ক্ৰমান্বয়ে ৪৮,০৮০টকা আৰু ৪৮.০৫০ টকাত ১০ গ্ৰাম (২২ কেৰেট)সোণ ক্ৰয় কৰা হৈছে। একে পৰিমাণৰ ২৪-কেৰেটৰ মূল্য পুনেত ৫২,৪৫০ টকা আৰু আহমেদাবাদত ৫২,৪৩০ টকা।
ইফালে, পাটনা আৰু চুৰাটৰ দৰে অন্যান্য মহানগৰত ক্ৰমান্বয়ে ১০ গ্ৰাম (২২ কেৰেট) সোণৰ মূল্য ৪৮,০৮০ টকা আৰু ৪৮,০৫০ টকা। একে পৰিমাণৰ (২৪-কেৰেট)সোণ পাটনাত ৫২,৪৫০টকা আৰু চুৰাটত ৫২,৪৩০ টকাত বিক্ৰী কৰা হৈছে।
মাল্টি কমোডিটি এক্সচেঞ্জৰ (এমচিএক্স) পৰা অহা এক তথ্যই এই কথা প্ৰকাশ কৰিছে যে এই বছৰৰ ৩ জুনত পৰিপক্ক হ’বলগীয়া সোণৰ ভৱিষ্যত ০.১১ শতাংশ বৃদ্ধি হৈ ৫১,২৫৪.০০ টকা হৈছে। ৰূপৰ ভৱিষ্যত ১.১৩ শতাংশ হ্ৰাস হৈ ৬৩,৯৫০.০০ টকালৈ হ্ৰাস পাইছে।