VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ভাৰতত অক্ষয় ত্ৰিতিয়াত হ্ৰাস পালে সোণৰ মূল্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 3, 2022
in অৰ্থনীতি
ভাৰতত অক্ষয় ত্ৰিতিয়াত হ্ৰাস পালে  সোণৰ মূল্য
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অক্ষয় তৃতীয়াত কিছু হ্ৰাস পাইছে সোণৰ মূল্য ৷ ৩ মে’লৈকে ভাৰতত ২৪ কেৰেট  (১০ গ্ৰাম) সোণৰ মূল্য হ’লগৈ  ৫১,৩৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,০২০ টকা।

যোৱা ২৪ ঘণ্টাত ২৪ কেৰেট আৰু ২২ কেৰেট প্ৰতি ১০ গ্ৰামৰ সোণৰ হাৰ ৭২০ টকা হ্ৰাস পাইছে। কালি, ২৪ কেৰেট সোণৰ হাৰ (১০ গ্ৰাম) হৈছে ৫২,০৬০ টকা আনহাতে ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৬৮০ টকা।

যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ সামান্য তাৰতম্য দেখা গৈছিল। চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম)ত সোণৰ মূল্য ৫২,৯৮০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) হৈছে ৪৮,৫৬৫ টকা।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম)ৰ সোণৰ দাম ৫১,৫১০ টকা আৰু২২কেৰেট (১০ গ্ৰাম) সোণৰ দাম হৈছে ৪৭,২০০টকা। কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম)সোণৰ মূল্য ৫১,৫১০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য হৈছে ৪৭,২০০ টকা। আনহাতে, মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫১,৫১০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,২০০ টকা।

উড়িষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত মঙলবাৰে ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫১,৫১০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য  ৪৭,২০০ টকা।

Previous Post

‘চিন্থেটিক ডল গাৰ্লফ্ৰেণ্ডে’ একাকীত্বৰ সৈতে যুঁজিবলৈ সহায় কৰিছে আলেকজেণ্ডাৰ ষ্টোকছক

Next Post

তেতেলীৰ চৰবতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে , কিন্তু কেনেকৈ ? জানো আহক

Related Posts

জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?
অৰ্থনীতি

জানোঁ আহক অসমত আজি  কিমান  হ’ল সোণৰ মূল্য ?

May 24, 2022
আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য  হ্ৰাস
অৰ্থনীতি

আজি দেশত পেট্ৰ’ল, ডিজেলৰ মূল্যঃ মুম্বাইত ইন্ধনৰ মূল্য হ্ৰাস

May 23, 2022
পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ
অৰ্থনীতি

পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

May 21, 2022
টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”
অৰ্থনীতি

টুইটাৰ বিভ্ৰান্তিৰ ওপৰত এলন মাস্কৰ উদ্বেগ:”টেছলা মোৰ মনত ২৪/৭ আছে”

May 20, 2022
হ্ৰাস পাইছে সোণৰ মূল্য
অৰ্থনীতি

হ্ৰাস পাইছে সোণৰ মূল্য

May 19, 2022
‘ষ্টেলাণ্টিছে’ অহা বছৰ ‘চিট্ৰ’ন’ ব্ৰেণ্ডৰ অধীনত ভাৰতত ইয়াৰ প্ৰথম ইভি মুকলি কৰিব
অৰ্থনীতি

‘ষ্টেলাণ্টিছে’ অহা বছৰ ‘চিট্ৰ’ন’ ব্ৰেণ্ডৰ অধীনত ভাৰতত ইয়াৰ প্ৰথম ইভি মুকলি কৰিব

May 18, 2022
Next Post
তেতেলীৰ চৰবতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে , কিন্তু কেনেকৈ ? জানো আহক

তেতেলীৰ চৰবতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে , কিন্তু কেনেকৈ ? জানো আহক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7