VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 24, 2023
in অৰ্থনীতি
কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

 

ব্যয় সংকোচনৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে গুগলে। কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছত এইবাৰ বহুজাতিক কোম্পানীটোৱে ঠায়ে ঠায়ে সৰু  কৰিবলৈ ওলাইছে ইয়াৰ কার্যালয় ৷  এতিয়াৰ পৰা কর্মচাৰীসকলে কৰ্মক্ষেত্ৰত নিজৰ স্থান সালসলনি কৰিব লাগিব বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ৷ ফলত সকলো কর্মচাৰীৰ কৰ্মস্থলীত এজনকৈ ‘সঙ্গী’ থাকিব। লগতে কর্মচাৰীসকলে আন এজন কর্মচাৰীৰ সৈতে  টেবুলখন শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ ফলত গুগলৰ কার্যালয়তত বহু ঠাই ৰাহি হ’ব।

 

আমেৰিকাৰ গুগলৰ বৃহৎ কাৰ্যালয়ত এই নিয়ম কাৰ্যকৰী কৰা হৈছে। ৱাশ্বিংটন, নিউয়ৰ্ক, ছান ফ্ৰান্সিস্কো, ছিয়াটল, ছানিভেল, কেলিফৰ্ণিয়াত থকা গুগলৰ কাৰ্যালয়সমূহ এতিয়া কর্মচাৰীসকলে নতুন নিয়ম মানি কাম কৰিব লাগিব ৷ পৰৱৰ্তী পৰ্যায়ত কোম্পানীটোৱে ভাড়াতীয়া কেইবাটাও কাৰ্যালয় খালী কৰিব। ফলত তেওঁলোকৰ খৰচ ৰাহি হ’ব।

 

যিহেতু তেওঁলোকে একেখন ডেস্কতে বহি কাম কৰিব লাগে, গতিকে গুগলে কয় যে কৰ্মচাৰীসকল ঘূৰণীয়াকৈ  বহি কাৰ্যালয়ত কাম কৰিব লাগিব ৷  নিৰ্ধাৰিত দিনৰ বাহিৰত কাৰ্যালয়লৈ আহিলে কৰ্মচাৰীসকলে নিজৰ আসনত বহিব নোৱাৰিব। তেনে ক্ষেত্ৰত তেওঁ অতিৰিক্ত আসনত বহিব লাগিব।

 

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গুগলে এই ব্যৱস্থা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। মহামাৰীৰ পিছতে পুনৰ কাৰ্যালয়লৈ উভতি আহিছে কর্মচাৰীসকল ৷  কোম্পানীটোৱে লগতে কয় যে কৰ্মচাৰীসকলৰ মাজত এক সমীক্ষা কৰি এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ফলত কৰ্মচাৰীসকলেও সপ্তাহত কেইবাদিনো ঘৰৰ পৰাই কাম কৰাৰ সুযোগ পাব। সংস্থাটোৰ সূত্ৰ অনুসৰি কৰ্মচাৰীৰ স্থান আবণ্টনৰ বাবে উপ-সভাপতি বা পৰিচালক নিযুক্তি দিয়া হ’ব।

 

শেহতীয়াকৈ গুগলে এবাৰতে ১২ হাজাৰ কর্মচাৰীক চাটাই  কৰিছে। নিশা ৩ বজাত হঠাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে কর্মচাৰীক । কিন্তু গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে কয় যে এই জটিল পৰিস্থিতিতো কোম্পানীয়ে শ্ৰমিকৰ কাষত থিয় দিব। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত গুগলৰ কৰ্মীয়ে পাবলগীয়া বোনাছৰ ওপৰতো ক্ষোভিত হৈ পৰিছে।

Previous Post

মৃত্যুৰ পিছতো একেলগে থকাৰ অংগীকাৰঃ ওড়িষাৰ বৃদ্ধ দম্পত্তীয়ে মৃত্যুৰ পুর্বে নির্মাণ কৰিলে সমাধিস্থলী

Next Post

বিয়া পাতিলেই এমাহৰ ছুটী! কোন দেশৰ নাগৰিকে পাব এই সুবিধা !

Related Posts

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ
অৰ্থনীতি

লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ

February 27, 2023
নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল  ৫২ লাখ টকাত
অৰ্থনীতি

নেটৱর্কৰ সমস্যাৰ বাবে নকৰিলে ব্যৱহাৰ , ১৬ বছৰৰ পাছত প্ৰথম প্ৰজন্মৰ আইফোন বিক্ৰী হ’ল ৫২ লাখ টকাত

February 21, 2023
নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী  বৈদেশিক মন্ত্ৰী জয়শংকৰৰ
অৰ্থনীতি

নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী বৈদেশিক মন্ত্ৰী জয়শংকৰৰ

February 18, 2023
দিল্লী, মুম্বাইৰ কাৰ্যালয় বন্ধ কৰাৰ দিশে টুইটাৰ! ঘৰৰ পৰাই কাম কৰিবলৈ নির্দেশ কর্মচাৰীক
অৰ্থনীতি

দিল্লী, মুম্বাইৰ কাৰ্যালয় বন্ধ কৰাৰ দিশে টুইটাৰ! ঘৰৰ পৰাই কাম কৰিবলৈ নির্দেশ কর্মচাৰীক

February 17, 2023
Next Post
বিয়া পাতিলেই এমাহৰ ছুটী! কোন দেশৰ নাগৰিকে পাব এই সুবিধা !

বিয়া পাতিলেই এমাহৰ ছুটী! কোন দেশৰ নাগৰিকে পাব এই সুবিধা !

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7