VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী বৈদেশিক মন্ত্ৰী জয়শংকৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 18, 2023
in অৰ্থনীতি
নগদবিহীন লেনদেনত শীৰ্ষত ভাৰত, দাবী  বৈদেশিক মন্ত্ৰী জয়শংকৰৰ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

নগদবিহীন লেনদেনত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ পথত ভাৰত। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অষ্ট্ৰেলিয়াত এক আলোচনা বৈঠকত এই দাবী উত্থাপন কৰে। ৰাইচিনা-চিডনী বিজনেছ ব্ৰেকফাষ্টত তেওঁ মন্তব্য কৰে যে যদি আপুনি আমাৰ নগদবিহীন লেনদেনৰ নিৰ্দিষ্ট ইউপিআই (ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ) আইডি চায়, তেন্তে মই ভাবো যে আমি বিশ্বৰ ভিতৰতে সৰ্বাধিক নগদবিহীন লেনদেনৰ ৰেকৰ্ড কৰিবলৈ ওলাইছো।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কাৰ্যকালত নগদবিহীন লেনদেনত আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি জয়শংকৰে কয়, ‘প্ৰযুক্তিৰ প্ৰভাৱত মানুহৰ মানসিকতা সলনি কৰিছে ৷ সেয়েহে ক্ৰমান্বয়ে নগদবিহীন লেনদেন বৃদ্ধি পাইছে।” ডিজিটেল লেনদেনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাক কেন্দ্ৰই বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ কয়। জয়শংকৰৰ ভাষাত “আমি মানুহক নগদবিহীন হ’বলৈ ধাৰাবাহিকভাৱে উৎসাহিত কৰোঁ।”

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে  ২০১৬ চনৰ ৮ নৱেম্বৰত ভাৰতীয় বিত্তীয় ব্যৱস্থাত আমূল পৰিৱৰ্তন ঘটিছিল। তেতিয়াৰ পৰাই ডিজিটেল লেনদেন বৃদ্ধি পাইছে। এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন স্থানান্তৰ কিউ আৰ ক’ড স্কেন কৰি বা নিৰ্দিষ্ট ইউপিআই আইডিৰ জৰিয়তে আৰম্ভ কৰা হয়। গুগলপে, ফোনপে, পেটিএম আদি ইউপিআই এপৰ ব্যৱহাৰো তেতিয়াৰ পৰা বৃদ্ধি পাইছে।

 

Previous Post

এশ অনুৰাগীলৈ বিশেষ উপহাৰ ছুপাৰষ্টাৰ বিজয়ৰ , কি বিলাসী উপহাৰ লাভ কৰিলে অনুৰাগীয়ে ?

Next Post

স্পেইনত মহিলা শ্ৰমিকে লাভ কৰিব ঋতুভিত্তিক ছুটী, নতুন আইন গৃহীত কৰিলে চৰকাৰেঃ ভাৰততো আৱেদন উচ্চতম ন্যায়ালয়ত

Related Posts

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে  কিমান টকা খৰচ হ’ব জানেনে ?
অৰ্থনীতি

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

March 29, 2023
প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ
অৰ্থনীতি

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

March 28, 2023
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
অৰ্থনীতি

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

March 24, 2023
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?
অৰ্থনীতি

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

March 23, 2023
আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
Next Post
স্পেইনত মহিলা শ্ৰমিকে লাভ কৰিব  ঋতুভিত্তিক ছুটী, নতুন আইন গৃহীত কৰিলে চৰকাৰেঃ ভাৰততো আৱেদন উচ্চতম ন্যায়ালয়ত

স্পেইনত মহিলা শ্ৰমিকে লাভ কৰিব ঋতুভিত্তিক ছুটী, নতুন আইন গৃহীত কৰিলে চৰকাৰেঃ ভাৰততো আৱেদন উচ্চতম ন্যায়ালয়ত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7