VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপোনাৰ বাৰু ভাৰতৰ ধৰ্মীয় স্থান সমূহলৈ যাবলৈ মন যায় নেকি ?

ভাৰতীয় ৰে’ল বিভাগে 'ধৰ্মীয় স্থান' সমূহ ভ্ৰমণৰ বাবে আগবঢ়াইছে ১১ দিনীয়া এটা আকৰ্ষণীয় ভ্ৰমণ পেকেজ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 6, 2022
in অৰ্থনীতি
আপোনাৰ বাৰু ভাৰতৰ ধৰ্মীয় স্থান সমূহলৈ যাবলৈ মন যায়  নেকি ?
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ৰে’লযাত্ৰী সকলৰ বাবে এক সু-খবৰ ৷ ভাৰতীয় ৰে’লৱেয়ে  সমগ্ৰ মধ্য ভাৰতৰ সকলো মুখ্য ধৰ্মীয় স্থানক সামৰি ইতিমধ্যে এটা নতুন ভ্ৰমণ পেকেজ ঘোষণা কৰিছে।

আই.আৰ.চি.টি.চি.ৰ শিৰডী আৰু জ্যোতিৰ্লিঙ্গ ভ্ৰমণ  যাত্ৰাত   প্ৰতিজন সাধাৰণ ব্যক্তিৰ ভাড়া হ’ব    ১৮,৪৫০ টকা আৰু আৰামৰ শ্ৰেণীৰ বাবে হ’ব  ২৯,৬২০ টকা  ৷ যি উজ্জয়িনী (মধ্য প্ৰদেশ), দ্বাৰকাত দ্বাৰিকাধিশ মন্দিৰ আৰু নাগেশ্বৰ জ্যোতিৰ্লিঙ্গ, সোমনাথ (গুজৰাট)ত সোমনাথ জ্যোতিৰ্লিঙ্গ আৰু ১১ দিন আৰু ১০ ৰাতি মনমাদত শিৰডী চাই আৰু ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিঙ্গ দৰ্শনৰ যাত্ৰাক সামৰি ল’ব।

১০ অক্টোবৰ(সোমবাৰ)ৰ পৰা  ২০ অক্টোবৰ (বৃহস্পতিবাৰ)লৈ দৰভাংগাৰ পৰা আৰম্ভ হ’বলগীয়া  যাত্ৰাৰ বাবে ৰে’লৱেই “স্বদেশ দৰ্শন ৰেল”নামৰ এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে   ৷  এচি আৰু নন-এচি দুয়ো ধৰণৰ  সুবিধা উপলব্ধ ৰে’লখনৰ  বুকিং অনলাইন আৰু অফলাইন দুয়োধৰণেৰে কৰিব পাৰিব যাত্ৰী সকলে ।

আইআৰচিটিচিৰ ভ্ৰমণসূচী  অনুসৰি অহা  ১২ ৰ পৰা ১৪ অক্টোবৰলৈ উজ্জয়িনীত দুদিন, ১৫ অক্টোবৰত সোমনাথত এদিন, ১৬ অক্টোবৰৰ পৰা ১৭ অক্টোবৰত  দ্বাৰকাত দুদিন আৰু ১৮ অক্টোবৰ আৰু ১৯ অক্টোবৰত শিৰডী আৰু নাছিকত এদিন কৈ থাকিব পাৰিব এই বিশেষ ৰে’লখনৰ যাত্ৰী সকলে ।

উল্লেখযোগ্য যে যোৱা মাহত, আইআৰচিটিচিয়ে ২১ জুনৰ পৰা (মঙলবাৰে) “বিশেষ ভাৰত গৌৰৱ” পৰ্যটন ৰেলৰ জৰিয়তে আৰু ১৮ দিনীয়া ‘শ্ৰী ৰামায়ণ যাত্ৰা’ ঘোষণা কৰিছিল।  ভগৱান ৰামৰ জীৱনৰ সৈতে সম্পৰ্কিত ঠাইসমূহ সামৰি লোৱা এই যাত্ৰাই  ভাৰত আৰু নেপালকো সংযোগ কৰিব।

ইয়াৰ যোগেদি অযোধ্যা, নন্দীগ্ৰাম, বাৰাণসী, প্ৰয়াগৰাজ, শ্ৰীঙ্গাভেৰপুৰ, চিত্ৰকূট, নাছিক, হাম্পি, ৰামেশ্বৰম, কাঞ্চিপুৰম আৰু ভদ্ৰাচলম আদিকো সাঙুৰি লোৱা হ’ব।

উল্লেখযোগ্য যে ভাৰতীয় ৰে’লৱেয়ে  যোৱা কেইবছৰমানৰ পৰা দেশৰ সাংস্কৃতিক তথা ধৰ্মীয় স্থানসমূহৰ প্ৰচাৰৰ বাবে ধৰ্মীয় পৰ্যটকৰ পেকেজ উলিয়াই আহিছে।

Cover all the important tourist places in the country. Exciting right? With the IRCTC Shirdi & Jyotirlinga train tour package of 11D/10N starts from ₹18450/- pp* onwards. For details, visit https://t.co/ABYAT7J6Y8 @AmritMahotsav

— IRCTC (@IRCTCofficial) July 4, 2022

Previous Post

কেজৰিৱাল চৰকাৰৰ “সততা”ৰ ছবি পোহৰলৈ আনিলে কেগৰ প্ৰতিবেদনে

Next Post

দেশত সংক্ৰমন ঘটিছে জিকা ভাইৰাছৰঃ গর্ভৱতী মহিলা আক্ৰান্ত হ’লে কি প্ৰভাৱ পৰে নৱজাতকৰ ওপৰত ?

Related Posts

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা
অৰ্থনীতি

একাউণ্ট হেকিং প্ৰতিহত কৰিবলৈ হোৱাটছএপৰ নতুন সুৰক্ষা ব্যৱস্থা

August 6, 2022
১৫ আগষ্টত ভাৰতত  উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ  প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন
অৰ্থনীতি

১৫ আগষ্টত ভাৰতত উন্মোচন কৰা হ’ব ওলা ইলেক্ট্ৰিকৰ প্ৰথমখন বৈদ্যুতিক চাৰিচকীয়া বাহন

August 5, 2022
পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই
অৰ্থনীতি

পুনৰ বৃদ্ধি হ’ল ৰেপ’ৰেট , বাঢ়িব ঋণৰ ই এম আই

August 5, 2022
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া
অৰ্থনীতি

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

August 4, 2022
ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে  সোণৰ মূল্য
অৰ্থনীতি

ভাৰতত আজি পুনৰ বৃদ্ধি হৈছে সোণৰ মূল্য

August 3, 2022
এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য
অৰ্থনীতি

এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল, ডিজেলৰ মূল্য

August 2, 2022
Next Post
দেশত সংক্ৰমন ঘটিছে জিকা ভাইৰাছৰঃ গর্ভৱতী মহিলা আক্ৰান্ত হ’লে কি প্ৰভাৱ পৰে নৱজাতকৰ ওপৰত ?

দেশত সংক্ৰমন ঘটিছে জিকা ভাইৰাছৰঃ গর্ভৱতী মহিলা আক্ৰান্ত হ’লে কি প্ৰভাৱ পৰে নৱজাতকৰ ওপৰত ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7