VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অসমত ‘বন্ধন বেংক’ৰ ব্ৰেণ্ড এম্বেছেডৰ

জুবিন গাৰ্গৰ এটি নতুন গীতৰ ভিডিও মুকলি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in অৰ্থনীতি, মুখ্য সংবাদ, সমাজ
এইবাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অসমত ‘বন্ধন বেংক’ৰ ব্ৰেণ্ড এম্বেছেডৰ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

দেশখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান বন্ধন বেংকে অসমত ব্ৰেণ্ড এম্বেছেডৰ হিচাপে চুক্তিবদ্ধ কৰিছে অসমৰ বিশেষকৈ নতুন প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গক৷ এক বিজ্ঞপ্তি যোগে তেওঁলোকে এই কথা প্ৰকাশ কৰে৷প্ৰতিষ্ঠানটোৰ স’তে ব্ৰেণ্ড এম্বেছেডৰ হিচাপে জড়িত হোৱাৰ চিন স্বৰূপে জুবিন গাৰ্গে তেওঁৰ এটি নতুন গীতৰ ভিডিও মুকলি কৰে য’ত অসমৰ বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন উপাদান পৰিবেশিত হৈছে৷বন্ধন বেংকৰ উদ্যোগত এই গীতটোৰ লগতে নতুন ভিডিঅ’ প্ৰস্তুত কৰা হৈছে৷অসমৰ বেংকিং ক্ষেত্ৰত পৰিসৰ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ হাতত লোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷৪৭১টা শাখাৰ যোগেদি ২০.৪৭ লাখ অসমীয়া গ্ৰাহকক সেৱা আগবঢ়াই আহিছে বন্ধন বেংকে৷প্ৰতিষ্ঠানটোৰ বিপণন শাখাৰ মুৰব্বী অপূৰ্ব চৰকাৰে কয় যে জুবিন গাৰ্গৰ পৰা পোৱা এই সহযোগিতাই অসমৰ গ্ৰাহক ৰাইজক  নিশ্চিত ভাৱে বেংকটোৰ প্ৰতি আকৰ্ষিত কৰিব৷

Previous Post

এতিয়াৰে পৰা অনলাইন যোগে ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিব পাৰিব

Next Post

সৌৰজগতত নতুন গ্ৰহৰ সন্ধান

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
Next Post
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান

সৌৰজগতত নতুন গ্ৰহৰ সন্ধান

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7