VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 18, 2023
in অৰ্থনীতি
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

ঠিক এবছৰৰ আগতে ২০২২ চনৰ মে’ মাহত আই পি অ’ৰ পিছত ভাৰতীয় জীৱন বীমা নিগম(এল আই চি)ৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছিল ৷ এক প্ৰতিবেদন অনুসৰি শ্বেয়াৰ বজাৰত চৰকাৰী বীমা কোম্পানীটোৱে ৪০ শতাংশতকৈ অধিক মূলধন হেৰুৱাইছে। এই বিষয়টোক লৈ বুধবাৰে কংগ্ৰেছে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু বিজেপিক লক্ষ্য কৰি লয়। লগতে উথাপন কৰে আদানিৰ নাম ৷

 

 

প্ৰসংগক্ৰমে যোৱা বছৰৰ মে’ মাহৰ আৰম্ভণিতে এল আই চিৰ আই পি অ’ ৯৪৯ টকাত বিক্ৰী হৈছিল। কিন্তু ১৭ মে’ত বজাৰলৈ অহাৰ পিছত শ্বেয়াৰৰ মূল্য ৮৬৭ টকালৈ হ্ৰাস পায়। চলিত বৰ্ষৰ আৰম্ভণিতে হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত উদ্যোগপতি গৌতম আদানীৰ প্ৰতিষ্ঠানটোৱে শ্বেয়াৰ বজাৰত বক্ৰ পথ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত এল আই চিৰ শ্বেয়াৰ আৰু অধিক হ্ৰাস পাইছিল। অভিযোগ উত্থাপন হৈছিল যে চৰকাৰী কোম্পানীটোৱে এই জালিয়াতিৰ ‘খবৰ’ পোৱাৰ পিছতো আদানীৰ কোম্পানীত বিনিয়োগ বৃদ্ধি কৰিছিল।

 

সেই সময়ত এল আই চি কৰ্তৃপক্ষই পৰিস্থিতি চম্ভালিবলৈ ৰাজহুৱা বিবৃতি দিছিল। ইয়াত কোৱা হৈছিল এইদৰে-, “২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য ৪১ লাখ ৬৬ হাজাৰ কোটি টকা। আৰু ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে মুঠতে এল আই চিয়ে ক্ৰয় কৰা শ্বেয়াৰৰ মূল্য ৩৫ হাজাৰ কোটি টকাতকৈ অলপ বেছি। অৰ্থাৎ সংস্থাটোৰ মুঠ সম্পত্তিৰ ১ শতাংশও নহয়। সেয়েহে যুক্তিৰ স্বাৰ্থত আদানী গ্ৰুপ দেউলীয়া হোৱাৰ সম্ভাৱনা মানি ল’লেও এল আই চিৰ বাবে ‘ব্যাপক লোকচান’ হোৱাৰ কোনো সম্ভাৱনা নাই।“ এল আই চি কৰ্তৃপক্ষই বিভিন্ন প্ৰতিবেদনক ‘অসত্য’ বুলিও অভিহিত কৰিছে যে আদানিৰ হাতত এল আই চিৰ ব্যৱসায় আৰু বিনিয়োগ সম্পৰ্কীয় বিশদ তথ্য আছে।

 

কিন্তু শ্বেয়াৰ বজাৰত এল আই চিৰ উত্থান নহ’ল ৷বুধবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বছৰৰ শেষৰ পূৰ্বে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস পোৱাৰ বাবে কেন্দ্ৰক জগৰীয়া কৰে। তেওঁ কয়, ‘মাত্ৰ এবছৰৰ আগতে শ্বেয়াৰ বজাৰত পঞ্জীয়নৰ সময়ত এল আই চিৰ মূলধন আছিল ৫ লাখ ৪৮ হাজাৰ কোটি টকা। আজি ই ৩.৫৯ লাখ কোটি টকালৈ নামি আহিছে।” প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশে আদানী গ্ৰুপত বিনিয়োগৰ বাবে লোকচানৰ বাবে দোষাৰোপ কৰে। তেওঁৰ মন্তব্য, “শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ পিছত এল আই চিৰ লোকচান হৈছে ১ লাখ ৯০ হাজাৰ কোটি টকা।” লাখ লাখ বীমা গ্ৰাহক ক্ষতিগ্ৰস্ত হৈছে। “

Previous Post

দক্ষিণ কোৰিয়াত বোৱাৰী আলিয়া, ইয়াৰ মাজতে শাহুৱেক নীতুৱে মুম্বাইত ক্ৰয় কৰিলে নতুন ফ্লেট ৷ কিমান টকাত ক্ৰয় কৰিলে জানেনে ?

Next Post

মেচিনে নোৱাৰা কাম কৰি দেখুৱালে এটা কুকুৰেঃ কুকুৰৰ সহায়ত জব্দ ১১ হাজাৰ কোটি ড্ৰাগছ

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
অৰ্থনীতি

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

May 4, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
আই বি এমত কৰ্মচাৰী নিযুক্তি বন্ধ,  কৃত্ৰিম বুদ্ধিমত্তাৰে চলিব কাম –কাজঃ চাটাই হ’ব ৭,৮০০ কর্মচাৰী
অৰ্থনীতি

আই বি এমত কৰ্মচাৰী নিযুক্তি বন্ধ, কৃত্ৰিম বুদ্ধিমত্তাৰে চলিব কাম –কাজঃ চাটাই হ’ব ৭,৮০০ কর্মচাৰী

May 2, 2023
Next Post
মেচিনে নোৱাৰা কাম কৰি দেখুৱালে এটা কুকুৰেঃ কুকুৰৰ সহায়ত জব্দ  ১১ হাজাৰ কোটি ড্ৰাগছ

মেচিনে নোৱাৰা কাম কৰি দেখুৱালে এটা কুকুৰেঃ কুকুৰৰ সহায়ত জব্দ ১১ হাজাৰ কোটি ড্ৰাগছ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7