VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এক চৰ্চিত নাম এলন মাস্ক

২০০ বিলিয়ন ডলাৰ হেৰুওৱা বিশ্বৰ প্ৰথমজন ব্যক্তি এলন মাস্ক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 2, 2023
in অৰ্থনীতি
বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এক চৰ্চিত নাম এলন মাস্ক
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এক চৰ্চিত নাম এলন মাস্ক ৷ যি বিশ্বৰ ধনী ব্যক্তি হিচাপেও বিখ্যাত ৷ শেহতীয়াকৈ সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰৰ মালিকীস্বত্ব গ্ৰহণ কৰা টেছলাৰ স্বত্বাধিকাৰী  এলন মাস্ক এইবাৰ পুনৰ এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কিয়নো ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইনডেক্সৰ তথ্য অনুসৰি ২০০বিলিয়ন ডলাৰ সম্পদ হেৰুওৱা  বিশ্বৰ প্ৰথম গৰাকী ব্যক্তি হৈছে  এলন মাস্ক ৷

২০২১ বৰ্ষৰ জানুৱাৰীত তেওঁৰ সম্পদৰ পৰিমাণ ২০০বিলিয়ন ডলাৰতকৈ অধিক আছিল বাবেই তেওঁ জেফ বেজ’ছক অতিক্ৰম কৰি বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল এলন মাস্ক ৷ আনহাতে বিগত বছৰটোত তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছিলগৈ ৩০০বিলিয়ন ডলাৰতকৈও অধিক ৷ কিন্তু টেছলাৰ শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱাৰ উপৰিও টুইটাৰ অধিগ্ৰহণৰ ফলত তেওঁৰ সম্পদৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পায় ৷ তেওঁৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হৈছে ১৩৭বিলিয়ন ডলাৰ ৷

উল্লেখযোগ্য যে  বৰ্তমান এলন মাস্কক নেওচি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে এল ভি এম এইচ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক বাৰ্নাৰ্ড আৰ্নল্ট ৷

 

Previous Post

নতুন বছৰত ধূমপান এৰিবলৈ প্ৰতিজ্ঞা কৰিছে নেকি ? কোন ৩টা পদ্ধতি আপোনাৰ বাবে হ’ব পাৰে উপযোগী ?

Next Post

বিমুদ্ৰাকৰণৰ বাবে মোদীয়ে লোৱা সিদ্ধান্তক কোন ন্যায়াধীশে ক’লে-এয়া বেআাইনী

Related Posts

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
অৰ্থনীতি

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

August 21, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?
অৰ্থনীতি

পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

July 14, 2023
২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব?  ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে
অৰ্থনীতি

২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব? ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

June 26, 2023
প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা
অৰ্থনীতি

প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা

June 19, 2023
Next Post
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ

বিমুদ্ৰাকৰণৰ বাবে মোদীয়ে লোৱা সিদ্ধান্তক কোন ন্যায়াধীশে ক’লে-এয়া বেআাইনী

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7