VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুস্বাদু আহাৰৰ সৈতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ

সুস্বাদু আহাৰৰ সৈতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 3, 2023
in অৰ্থনীতি, অভিমত, জীৱন, বিজ্ঞান, মনোৰঞ্জন
সুস্বাদু আহাৰৰ সৈতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰলাণ্ডৰ ওৱাল্ট ডিজনি ৱৰ্ল্ড এ নিৰ্মাণ কৰি উলিয়াইছে এখন মহাকাশ ৰেষ্টুৰেণ্ট । য’ত মানুহে মহাকাশত গৈ সুস্বাদু আহাৰৰ লগতে পৃথিৱীৰ সৌন্দর্য উপভোগ কৰিব পাৰিব । সম্পূর্ণ কাচেৰে নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টখনৰ পৰা মানুহে দৰ্শন কৰিব পাৰিব পৃথিৱীৰ অনন্য ৰূপ ।

দূৰৈৰ পৰা পৃথিৱীক চোৱাৰ এক বিৰল অভিজ্ঞতা । মহাকাশৰ পৰা পৃথিৱী চাবলৈ কেনেকুৱা লাগিব , ভাবিয়েই ভাল লগা কথা ! এই যে মেঘ নাইবা বিশাল পানীৰ নীলা আৱৰণ, আচলতে মহাকাশৰ পৰা পৃথিৱীখন চাবলৈ কেনেকুৱা লাগিব , সেই অভিজ্ঞতা কেৱল মহাকাশচাৰীৰহে হৈছে । এতিয়া সাধাৰণ জনতাইও প্ৰত্যক্ষ কৰিব পাৰিব ।

বিশেষকৈ সুস্বাদু আহাৰৰ লগতে মহাকাশৰ পৰা পৃথিৱীৰ অপৰূপ সৌন্দর্য । এতিয়া সকলোৰে সপোন বাস্তৱ হ’বলৈ গৈ আছে । কাৰণ এতিয়া মহাকাশত থকা স্পেচ ষ্টেচনত উপলব্ধ হ’ব এই সুবিধা । যিহেতু গৱেষণাৰ বাবে মহাকাশচাৰীসকলে এই স্পেচ চেণ্টাৰতে থাকি গৱেষণা কৰে ।

তেওঁলোকে স্পেচ চেণ্টাৰতে পৃথিৱীৰ হৈ কাম কৰে ; অন্য গ্ৰহৰ সন্ধানত । থকা খোৱাৰ ব্যৱস্থাৰ পৰা ঘৰসদৃশ কোঠা, দৰজা, চিলিং, লিফ্ট ইত্যাদি, আনকি ফুৰিব পৰাকৈ বৃহৎ খালী ঠায়ো এই স্পেচ চেণ্টাৰত উপলব্ধ থাকিব। এইধৰণৰ চিন্তাৰে মহাকাশত নিৰ্মাণ কৰিছে স্পেচ ৰেষ্টুৰেণ্টখন ।

Previous Post

বিখ্যাত ৰোলেক্স ঘড়ীৰ মূল্য কিমান জানে নে ?

Next Post

চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
Next Post
চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7