আলিয়া ভাটৰ কেইখনমানৰ সুন্দৰ ফটোৱে খলকনি তুলিছে অনুৰাগীৰ মাজত। তেওঁ লিখিছে যে সেইয়া প্ৰেমিকাৰ ফটোগ্ৰাফী স্কিল্। যদি ৰনবীৰেই হয় সেই প্ৰেমিকজন, তেন্তে তেওঁ নিশ্চয়কৈ এজন ভাল ফটোগ্ৰাফাৰ।
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7