VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৯০ কোটিৰ নতুন ঘৰ! উৰ্বশীয়ে মনে মনে সলালে বাসস্থান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 2, 2023
in মনোৰঞ্জন
১৯০ কোটিৰ নতুন ঘৰ! উৰ্বশীয়ে মনে মনে সলালে বাসস্থান
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

কেতিয়াবা ক্ৰিকেটাৰৰ লগত নাম সংযোগ কৰি, কেতিয়াবা ৰহস্যজনক পোষ্টেৰে শিৰোনামলৈ আহে উৰ্বশী ৰৌতেলা। কিন্তু এইবাৰ ৰহস্য নহয়, উৰ্বশীয়েও সলনি কৰিলে ঠিকনা ৷ মুম্বাইত নতুন ঘৰ ক্ৰয় কৰিছে উর্বশীয়ে ৷ অৱশ্যে ঘৰৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ ৷

 

মুম্বাইৰ জুহু অঞ্চলৰ সেই বিশাল বিলাসী ঘৰটো ক্ৰয় কৰিছে অভিনেত্ৰী গৰাকীয়ে । উৰ্বশীয়ে প্ৰয়াত পৰিচালক যশ চোপ্ৰাৰ ঘৰৰ ঠিক কাষতে থকা ঘৰটো কৰয় কৰিছে ৷মুম্বাই সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি উৰ্বশীৰ ঘৰৰ ভিতৰৰ অংশও চকু কপালত তুলিছে। সন্মুখত এখন ডাঙৰ বাগিচা। ঘৰৰ ভিতৰত প্ৰাইভেট জিম এটাও আছে। বিশাল চোতাল আৰু ঘাঁহনিৰে ভৰা মাটিৰ সৈতে উৰ্বশী ঠিকনা সুকীয়া আকৰ্ষণ হৈ পৰিছে । যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ পূৰ্বৰ বাংলো ঘৰৰ পিছফালেঅৱস্থিত তেওঁৰ নতুন ঘৰ ।

সূত্ৰ অনুসৰি উৰ্বশীয়ে কাকো খবৰ নিদিয়াকৈ মনে মনে নতুন ঘৰলৈ গুচি যায়। নতুন ঘৰৰ নামটোও ৰহস্যৰ আৱৰ্তত ৰখা হৈছে। যদিও সেই ঘৰৰ মূল্য সকলোৱে জানে।  ১৯০ কোটি টকা খৰচ কৰি তেওঁ এই আৱাসগৃহটো ক্ৰয় কৰিছে ৷  উৰ্বশীয়ে যোৱা ৭ মাহ ধৰি এনেকুৱা ঘৰ বিচাৰি আছিল। অনিল কাপুৰ, অক্ষয় কুমাৰো তেওঁৰ চুবুৰীয়া।

 

শেহতীয়াকৈ কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত দেখা গৈছিল উৰ্বশীক। উৰ্বশীয়ে ২০১৩ চনত ‘সিং ছাব দ্য গ্ৰেট’ ছবিৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। বলীউডৰ কেইবাখনো ছবিত  তেওঁক দেখা গৈছে। ২০২২ চনত উৰ্বশীয়ে ‘দ্য লিজেণ্ড’ নামৰ এখন তামিল ছবিতো কাম কৰিছিল।

Previous Post

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষার্থীৰ মহানুভৱতা, দূর্ঘটনাত আহত ডি আই বাহনৰ আৰোহীৰ পৰিয়ালক আর্থিক সাহায্য

Next Post

২৬০০ কোম্পানীৰ ভুৱা নথি প্ৰস্তুত কৰি ১০০০০ কোটি লুণ্ঠনঃ নয়ডাত আৰক্ষীৰ জালত অসাধু চক্ৰ

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
২৬০০ কোম্পানীৰ ভুৱা নথি প্ৰস্তুত কৰি ১০০০০ কোটি লুণ্ঠনঃ নয়ডাত আৰক্ষীৰ জালত অসাধু চক্ৰ

২৬০০ কোম্পানীৰ ভুৱা নথি প্ৰস্তুত কৰি ১০০০০ কোটি লুণ্ঠনঃ নয়ডাত আৰক্ষীৰ জালত অসাধু চক্ৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7