VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৩ মে’ত আপ নেতা ৰাঘৱ চাদ্দাৰ-অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বাগদান , ক’ত হ’ব এই বিশেষ অনুষ্ঠান ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 9, 2023
in মনোৰঞ্জন
১৩ মে’ত আপ নেতা ৰাঘৱ চাদ্দাৰ-অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বাগদান , ক’ত হ’ব এই বিশেষ অনুষ্ঠান ?
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিল ৷ অহা ১৩ মে’ত বাগদান সম্পন্ন হ’ব আপ নেতা ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ । দিল্লীত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। প্ৰায় ১৫০ জন ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত বাগদান অনুষ্ঠান সম্প্ন্ন হ’ব । অৱশ্যে  বিয়াৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই যদিও চলিত বৰ্ষৰ শেষৰ ফালে বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে। অভিনেত্ৰীগৰাকী আৰু ৰাজ্যসভাৰ সাংসদগৰাকীক বহুবাৰ একেলগে দেখা গৈছে ৷  শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ এখন খেল তেওঁলোকে একেলগে উপভোগ কৰিছিল ।

দেওবাৰে সন্ধিয়া মুম্বাইৰ বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টত দুয়োকে একেলগে দেখা গৈছিল ৷ এই দম্পতীহালৰ সৈতে পৰিনীতিৰ কনিষ্ঠ ভাতৃ শিৱাং চোপ্ৰাকো দেখা গৈছিল।ৰাঘৱ আৰু পৰিণীতিয়ে লণ্ডন স্কুল অৱ ইকনমিক্সত একেলগে অধ্যয়ন কৰিছিল। পূৰ্বেও মুম্বাই বিমানবন্দৰ আৰু মহানগৰীৰ এখন ৰেষ্টুৰেণ্টত একেলগে দেখা পোৱা গৈছিল দয়োকে ।

 

আপৰ সাংসদ সঞ্জীৱ অৰোৰাই যোৱা মাহত  দুয়োৰে বিবাহ সন্দর্ভত টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছিল ৷ তেওঁ লিখিছিল “মই ৰাঘৱ  আৰু পৰিণীতিক লৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো। তেওঁলোকৰ মিলন প্ৰচুৰ মৰম, আনন্দ, আৰু সংগীৰ সৈতে ধন্য হওক। মোৰ শুভেচ্ছা।”

 

২০১১ চনত লেডিজ বনাম ৰিকি বাহলৰ ছবিৰে অভিষেক ঘটা পৰিনীতি চোপ্ৰাক শেষবাৰৰ বাবে উচাই নামৰ ছবিত অমিতাভ বচ্চন, অনুপম খেৰ, বোমন ইৰানী, ডেনি ডেনজংপা, নীনা গুপ্তা, আৰু সাৰিকাৰ সৈতে দেখা গৈছিল। ইয়াৰ পিছত চমকিলা আৰু কেপচুল গিল ছবিত দেখা যাব অভিনেত্ৰীগৰাকীক ৷

Previous Post

ইডেনত ধাৱানৰ মাইলৰ খুঁটি, কোহলি-ৱার্ণাৰৰ অভিলেখৰ স্পর্শ

Next Post

আফ্ৰিকাৰ পৰা আমদানি কৰা আৰু পাঁচটা চিতা বাৰিষাৰ পূৰ্বে মুকলি কৰি দিয়া হ’ব কুনোৰ অৰণ্যত!

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
আফ্ৰিকাৰ পৰা আমদানি কৰা আৰু পাঁচটা চিতা বাৰিষাৰ পূৰ্বে মুকলি কৰি দিয়া হ’ব কুনোৰ অৰণ্যত!

আফ্ৰিকাৰ পৰা আমদানি কৰা আৰু পাঁচটা চিতা বাৰিষাৰ পূৰ্বে মুকলি কৰি দিয়া হ’ব কুনোৰ অৰণ্যত!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7