VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাইশ গজৰ পিছত এইবাৰ ধোনিক দেখা যাব নেকি চেলুলয়ডত? ক’লে পত্নী সাক্ষীয়ে

voicedesk by voicedesk
July 27, 2023
in মনোৰঞ্জন
বাইশ গজৰ পিছত এইবাৰ ধোনিক দেখা যাব নেকি চেলুলয়ডত? ক’লে পত্নী সাক্ষীয়ে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম জনপ্ৰিয় আৰু সফল ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনি । বাইশ গজত একাধিক নজিৰ গঢ়িছে তেওঁ ৷ ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ক্ৰিকেট জগতৰ তাৰকা হোৱাৰ পিছতো ধোনী সদায় অন্তৰ্মুখী চৰিত্ৰৰ । অৱসৰৰ পিছত তেওঁ লাইমলাইটৰ পৰা আৰু আঁতৰি গ’ল। শেহতীয়াকৈ তেওঁৰ পত্নী সাক্ষী সিং ধোনীয়ে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰিছে । সাক্ষীয়ে তামিল ছবি ‘এল জি এম (লেটছ গেট মেৰিড)’ৰ জৰিয়তে প্ৰযোজক হিচাপে অভিষেক ঘটাব। পত্নী প্ৰডাকচনত ব্যস্ত, কিন্তু ধোনিকো সোনকালে ডাঙৰ পৰ্দাত দেখা যাব নেকি ?

 

 

ধোনিৰ অনুৰাগীৰ সংখ্যা কম নহয়। তেওঁলোকৰ এটা বৃহৎ অংশই ৰূপালী পৰ্দাত ধোনিক চাব বিচাৰে। কিন্তু ধোনিয়ে কি বিচাৰে? পত্নী সাক্ষীয়ে সেই প্ৰশ্নৰ উত্তৰ দিছে । শেহতীয়াকৈ এক সাক্ষাৎকাৰত সাক্ষীয়ে কয় যে অদূৰ ভৱিষ্যতে ধোনিক চিনেমাৰ পৰ্দাত দেখা যাব পাৰে ৷  সাক্ষীয়ে কয় –“ ধোনি কেমেৰাৰ সন্মুখত বৰ সাৱলীল। গতিকে যদি ভাল চিত্ৰনাট্য আৰু চৰিত্ৰত কাম কৰাৰ অফাৰ পায় তেন্তে অভিনয়ৰ কথা ভাবিব পাৰে।“ ধোনিয়ে কেমেৰাৰ সন্মুখলৈ যাবলৈ ভয় নকৰে বা লাজ নকৰে বুলি সাক্ষীয়ে কয়। ঠিক কেনেধৰণৰ ছবিত দেখা যাব পাৰে ধোনিক ?সাক্ষীয়ে কয়  “একচন! ধোনী সদায় সেই আমেজত থাকে।” অৱশ্যে ‘এল জি এম’ৰ পৰিচালক আৰু ধোনীৰ বহু অনুৰাগীয়ে মাহীক ছুপাৰহিৰোৰ চৰিত্ৰত চাবলৈ আগ্ৰহী।

 

সাক্ষীয়ে এখন তামিল ছবি নিৰ্মাণ কৰি মনোৰঞ্জন জগতত আত্মপ্ৰকাশ কৰিছে ৷ ‘চেন্নাই ছুপাৰ কিংছ’ৰ সৌজন্যত তামিলনাডুৰ সৈতে ধোনীৰ আধ্যাত্মিক সম্পৰ্ক আছে বুলি দাবী কৰিছে সাক্ষীয়ে । গতিকে মাহীয়ে প্ৰথমে নিজৰ তামিল অনুৰাগীসকলৰ আগত এখন ছবি উপস্থাপন কৰিব বিচাৰিছিল। অহা ২৮ জুলাইত ছবিগৃহত মুক্তি পাব ‘এল জি এম (লেটছ গেট মেৰিড)’ ছবিখন।

 

Previous Post

গোৱৰ-গোমূত্ৰৰ পৰা প্ৰস্তুত হ’ব চেম্পু,-টুথপেষ্ট ? আইআইটিৰ গৱেষকে আৰম্ভ কৰিছে গৱেষণা

Next Post

জন্ম আৰু মৃত্যু পঞ্জীয়ন তথ্য ৰাজ্যৰ লগতে লাভ কৰিব কেন্দ্ৰইয়ো, ই-পঞ্জীয়ন হ’ব বাধ্যতামূলকঃসদনত নতুন সংশোধনী বিধেয়ক

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
জন্ম আৰু মৃত্যু পঞ্জীয়ন তথ্য ৰাজ্যৰ লগতে লাভ কৰিব কেন্দ্ৰইয়ো, ই-পঞ্জীয়ন হ’ব বাধ্যতামূলকঃসদনত নতুন সংশোধনী বিধেয়ক

জন্ম আৰু মৃত্যু পঞ্জীয়ন তথ্য ৰাজ্যৰ লগতে লাভ কৰিব কেন্দ্ৰইয়ো, ই-পঞ্জীয়ন হ’ব বাধ্যতামূলকঃসদনত নতুন সংশোধনী বিধেয়ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7