VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অক্ষয়ৰ কাম কাঢ়ি নিলে আন এজন নাতয়কে! ‘ৰাউডী ৰাথোৰ’ৰ দ্বিতীয় খণ্ডত কোনজন অভিনেতা দেখিব আপুনি ?

voicedesk by voicedesk
April 12, 2023
in মনোৰঞ্জন
অক্ষয়ৰ কাম কাঢ়ি নিলে আন এজন নাতয়কে! ‘ৰাউডী ৰাথোৰ’ৰ দ্বিতীয় খণ্ডত কোনজন অভিনেতা দেখিব আপুনি ?
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

২০১২ চনত ৰাউডী ৰাথোৰৰ চৰিত্ৰত ডাঙৰ পৰ্দালৈ আহিছিল অক্ষয় কুমাৰ। বলীউডৰ খিলাড়ীক দ্বৈত চৰিত্ৰত দেখা গৈছিল ছবিখনত । এইবাৰ তেওঁক এই ছবিৰ ছিকুৱেলৰ পৰা বাদ দিয়া হৈছে। অক্ষয়ৰ ঠাইত অভিনয় কৰিব আন এজন অভিনেতাই।

জানিব পৰা মতে  অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই এইবাৰ ৰাউডী ৰাথোৰৰ চৰিত্ৰত অভিনয় কৰিব ৷  সম্প্ৰতি ৰোহিত শ্বেট্টীৰ ইণ্ডিয়ান পুলিচ ফৰ্চৰ শ্বুটিঙত ব্যস্ত আচে সিদ্ধার্থ । শেহতীয়াকৈ সিদ্ধাৰ্থক তেওঁৰ প্ৰায় প্ৰতিখন চিনেমাতে কেতিয়াবা সেনা বিষয়া হিচাপে, কেতিয়াবা চোৰাংচোৱা হিচাপে  দেখা গৈছে। সেই কথা বিবেচনা কৰি এই ছবিখনতো  অভিনেতাজনক অভিনয়ৰ সুযোগ দিছে প্ৰযোজকে।

অক্ষয় কুমাৰে ‘ৰাউডী ৰাথোৰ’ৰ দ্বিতীয় খণ্ডত অভিনয় কৰিবলৈ সন্মত হোৱা নাছিল। সেইবাবেই সিদ্ধাৰ্থক এই ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছিল। দুমাহমানৰ ভিতৰত ছবিখনৰ শ্বুটিং আৰম্ভ কৰাৰ চিন্তা কৰিছে নিৰ্মাতাসকলে। ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। অৱশ্যে সিদ্ধাৰ্থৰ পৰা এতিয়ালৈকে কোনো তথ্য পোৱা নাই। কিন্তু অনুৰাগীসকল ছবিখনৰ দ্বিতীয় খণ্ডত অক্ষয় নথকাৰ বাবে ক্ষুব্ধ হৈ পৰিছে ৷

Previous Post

পঞ্জাৱৰ ভাটিণ্ডাৰ সেনা শিবিৰত গুলীচালনা, চাৰিজন নিহত

Next Post

বিশ্বকাপৰ আগতে ষ্টেডিয়ামৰ উন্নয়নত ৫০০ কোটি আৱণ্টন বৰ্ডৰ , কোন ৰাজ্যই কিমান পাব ধন ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বিশ্বকাপৰ আগতে ষ্টেডিয়ামৰ উন্নয়নত ৫০০ কোটি আৱণ্টন  বৰ্ডৰ , কোন ৰাজ্যই কিমান পাব ধন ?

বিশ্বকাপৰ আগতে ষ্টেডিয়ামৰ উন্নয়নত ৫০০ কোটি আৱণ্টন বৰ্ডৰ , কোন ৰাজ্যই কিমান পাব ধন ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7