VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাতৃ হোৱাৰ পিছত নিজকে সোনকালে সলনি কৰিব বিচাৰে আলিয়াই

ইতিমধ্যে মুম্বাইৰ এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ বাহিৰত দেখা গৈছে আলিয়াক

voicedesk by voicedesk
December 8, 2022
in মনোৰঞ্জন
মাতৃ হোৱাৰ পিছত নিজকে সোনকালে সলনি কৰিব বিচাৰে আলিয়াই
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

এমাহ পূৰ্বে মাতৃ হৈছিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট । ইতিমধ্যে তেওঁক মুম্বাইৰ এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ বাহিৰত দেখা গৈছে। মাতৃ হোৱাৰ পিছত ৰণবীৰ আৰু অলিয়াই নিজকে সোনকালে সলনি কৰিব বিচাৰে। ইফালে অভিনেত্ৰীগৰাকীয়ে মাতৃত্বৰ অনুভৱৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।জীৱনৰ এই নতুন পৰ্যায়টোৱে তেওঁক বহুত সলনি কৰি দিছে বুলি কয়।

মাতৃ হোৱাৰ পিছত প্ৰথমটো গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰত আলিয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, ‘মাত্ৰ তিনি সপ্তাহতে মাতৃত্বই মোক বহুত সলনি কৰি দিছে।মই নাজানো মোৰ মাতৃত্বই মোৰ ভূমিকা বাছি লোৱাৰ ধৰণত কেনে প্ৰভাৱ পেলাব।মাতৃত্বই মোৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী বহু পৰিমাণে সলনি কৰিছে। মোৰ মনটো আগতকৈ এতিয়া বেছি খোলা যেন লাগিছে। গতিকে ইয়াৰ পিছত মোৰ যাত্ৰা ক’লৈ যাব তাক লৈ মই অতিশয় উৎসাহিত।’

আলিয়াৰ কেৰিয়াৰত এই বছৰটো অতি গুৰুত্বপূৰ্ণ। ‘গাংগুবাই কঠিয়াৱাৰী’ আৰু ‘’, ‘আৰ আৰ আৰ’ৰ দৰে ব্লকবাষ্টাৰ ছবি তেওঁ উপহাৰ দিছে। ইয়াৰ উপৰিও তেওঁ গল গাডটৰ সৈতে হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। ‘ডাৰ্লিংছ’ ছবিৰ দ্বাৰা নিৰ্মিত।

Previous Post

ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয় ভৱন উদ্বোধন

Next Post

চিমলাৰ মাইলৰ খুটি হিচাপে গণ্য কৰা ক্ৰাইষ্ট চাৰ্চত আছে ১৫০ বছৰ পুৰণি এটা ঘণ্টা

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
চিমলাৰ মাইলৰ খুটি  হিচাপে  গণ্য কৰা ক্ৰাইষ্ট চাৰ্চত আছে  ১৫০ বছৰ পুৰণি  এটা ঘণ্টা

চিমলাৰ মাইলৰ খুটি হিচাপে গণ্য কৰা ক্ৰাইষ্ট চাৰ্চত আছে ১৫০ বছৰ পুৰণি এটা ঘণ্টা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7