VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ বেংগালুৰু- চেন্নাইত বন্ধ ঘোষণা কৰা হ’ল বিদ্যালয়-মহাবিদ্যালয় – কাৰ্যালয়

voicedesk by voicedesk
August 10, 2023
in মনোৰঞ্জন
ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ বেংগালুৰু- চেন্নাইত বন্ধ  ঘোষণা কৰা হ’ল বিদ্যালয়-মহাবিদ্যালয় – কাৰ্যালয়
0
SHARES
41
VIEWS
Share on FacebookShare on Twitter

মুক্তি পালে ৰজনীকান্তৰ বহু প্ৰত্যাশিত ছবি ‘জেইলৰ’। তামিলনাডু আৰু কৰ্ণাটকত ছবিখন চাবলৈ দর্শকৰা মাজত তীব্ৰ হাবিয়াস দেখা গৈছে ৷ তেওঁৰ অভিনয়ৰ ‘মেজিক’ চাবলৈ আগ্ৰহী প্ৰিয় অভিনেতাগৰাকীৰ অনুৰাগীয়ে প্ৰথম দিনাই চিনেমা হলত ধুমুহাৰ সৃষ্টি কৰে। ‘জেইলৰ’ক লৈ এই উৎকণ্ঠা তামিলনাডু আৰু কৰ্ণাটকৰ বিদ্যালয়-মহাবিদ্যালয় আৰু কাৰ্যালয়তো বিয়পি পৰিছে।

 

প্ৰিয় অভিনেতাগৰাকীৰ ছবিখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা ৰাজ্য দুখনৰ দুখন চহৰ চেন্নাই আৰু বেংগালুৰুত বৃহস্পতিবাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। লগতে কেইবাটাও কোম্পানীয়ে এই ছবিখনৰ বিনামূলীয়া টিকট কৰ্মচাৰীসকলক বিতৰণ কৰে। তেনে এটা সংগঠনৰ জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। চেন্নাইৰ কোম্পানীটোৱে তেওঁলোকৰ সকলো কৰ্মচাৰী আৰু বিষয়াক পৰিয়ালৰ সৈতে ছবিখন চাবলৈ অনুমতি দিছে। বুধবাৰে এক জাননীযোগে কোম্পানীটোৱে কয় যে কোম্পানীটোৰ সকলো কৰ্মচাৰীকে ৰজনীকান্তৰ ছবি ‘জেইলৰ’ চাবলৈ ১০ আগষ্টত ছুটী দিয়া হৈছে।

 

কোম্পানীটোৱে লগতে কয় যে কেৱল চেন্নাইয়েই নহয়, কোম্পানীটোৰ বেংগালুৰু, ত্ৰিচি, তিৰুনেলভেলী, চেংগালপট্টু, আলাগাপ্পান নগৰৰ সকলো শাখাও বন্ধ থাকিব। এক প্ৰতিবেদন অনুসৰি ছবিখন চাবলৈ ইতিমধ্যে প্ৰায় ১৩ কোটি টকাৰ টিকট বিক্ৰী কৰা হৈছে। ইয়াৰ ভিতৰত তামিল ভাষাত ছবিখন চোৱাৰ টিকট বিক্ৰী হৈছে ১১.৫ কোটি টকাতকৈও অধিক। আৰু তেলেগু ভাষাত ছবিখন চোৱাৰ টিকট বিক্ৰী হৈছে এক কোটি টকাৰ। দুবছৰৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ৰজনীকান্ত। তেওঁৰ এই ছবিখন চাবলৈ তেওঁৰ অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছিল। ৰজনীকান্তৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্না ভাটিয়াই। ‘কবলীয়া’ শীর্ষক গীতে ইতিমধ্যে দৰ্শকৰ আকৰ্ষণ কৰিছে।

Previous Post

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

Next Post

অনলাইনত কিনিলেও ঘৰতে লাভ কৰিব ক্ৰিকেট বিশ্বকাপৰ ছপা টিকট

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
অনলাইনত কিনিলেও ঘৰতে লাভ কৰিব ক্ৰিকেট বিশ্বকাপৰ ছপা টিকট

অনলাইনত কিনিলেও ঘৰতে লাভ কৰিব ক্ৰিকেট বিশ্বকাপৰ ছপা টিকট

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7