VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জয়া বচ্চনৰ কি চাই বিয়া পাতিছিল বিগ বিয়ে ? শ্ব’ৰ মাজতে ক’লে অমিতাভ বচ্চনে

voicedesk by voicedesk
November 16, 2022
in মনোৰঞ্জন
জয়া বচ্চনৰ কি চাই বিয়া পাতিছিল বিগ বিয়ে  ? শ্ব’ৰ মাজতে ক’লে অমিতাভ বচ্চনে
0
SHARES
74
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ সর্বকালৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে অমিতাভ বচ্চন ৷ ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক দাদা চাহেব ফাল্কেকে ধৰি অসংখ্য সন্মানেৰে সন্মানিত কৰা হৈছে ৷ তদুপৰি তেওঁৰ পত্নী জয়া বচ্চনো এগৰাকী প্ৰসিদ্ধ অভিনেত্ৰী ৷ কিন্তু কি কাৰণত জয়া বচ্চনক অমিতাভ বচ্চনে বিয়া কৰাইছিল আপুবি জানেনে ? শেহতীয়াকৈ অমিতাভ বচ্চনে জয়া বচ্চনক পত্নী হিচাপে বাচি লোৱাৰ বহু কাৰণৰ ভিতৰত এটা কাৰণ প্ৰকাশ কৰিছে। অভিনেতাগৰাকীয়ে তেওঁৰ ৰিয়েলিটি শ্ব’’ কৌন বনেগা কৌৰপতিৰ শেহতীয়া প্ৰ’ম’ত  প্ৰকাশ কৰা অনুসৰি জয়া বচ্চনৰ দীঘল চুলিৰ বাবে বিয়া পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল ৷

প্ৰিয়ংকা নামৰ এগৰাকী প্ৰতিযোগীৰ সৈতে হোৱা কথা বতৰাত অমিতাভ বচ্চনে প্ৰিয়ংকাৰ দীঘল চুলিৰ প্ৰশংসা কৰে ৷ ইয়াৰ পাছতে তেওঁ প্ৰকাশ কৰে যে  জয়া বচ্চনক দীঘল চুলিৰ বাবে বিয়া কৰাইছিল। তেওঁ কয়, “পত্নী জয়া বচ্চনক বিয়া কৰোৱাৰ  এটা কাৰণ হ’ল তেওঁৰ দীঘল চুলি।” কৌন বনেগা কৌৰপতি জনপ্ৰিয় ৰিয়েলিটি শ্ব’সমূহৰ অন্যতম ৷ য’ত দীর্ঘদিন ধৰি বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক দর্শকে দেখি আহিছে ৷

 

 

Previous Post

আগন্তুক জি ২০ সন্মিলনত সভাপতিত্বত কৰিব ভাৰতে,কি কি বিষয় হ’ব বৈঠকৰ বিষয়বস্তু !!

Next Post

প্ৰেয়সীক ৩৫ টুকুৰা কৰা আফতাবে মিছা মাতিছে আৰক্ষীক , নার্কো টেষ্ট কৰিবলৈ আৰক্ষীক অনুমতি আদালতৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
প্ৰেয়সীক ৩৫ টুকুৰা কৰা আফতাবে মিছা মাতিছে আৰক্ষীক , নার্কো টেষ্ট কৰিবলৈ আৰক্ষীক অনুমতি আদালতৰ

প্ৰেয়সীক ৩৫ টুকুৰা কৰা আফতাবে মিছা মাতিছে আৰক্ষীক , নার্কো টেষ্ট কৰিবলৈ আৰক্ষীক অনুমতি আদালতৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7