VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 30, 2023
in মনোৰঞ্জন
বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
0
SHARES
7.2k
VIEWS
Share on FacebookShare on Twitter

কন্যা বামিকা কোহলিৰ বয়স দুবছৰ। ইফালে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিয়ে নতুন খবৰ দিবলৈ ওলাইছে। অভিনেত্ৰীগৰাকী পুনৰ মাতৃ হ’বলৈ গৈ আছে। সম্প্ৰতি তিনিমাহৰ অন্তঃসত্বা অনুষ্কা ৷

 

 

যোৱা কেইমাহমানৰ পৰা অনুষ্কাই নিজকে জনসাধাৰণৰ চকুৰ পৰা আতৰাই ৰাখিছে। স্বামী বিৰাটৰ সৈতে কোনো ভ্ৰমণলৈও তেওঁ  যোৱা নাই। ‘হিন্দুস্তান টাইমছ’ৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ মুম্বাইৰ এখন ক্লিনিকৰ বাহিৰত বিৰাট-অনুষ্কাক দেখা গৈছিল। সেই সময়ত বিৰাটে নিজেই ফটোগ্ৰাফাৰসকলক ছবিখন ছপা নকৰিবলৈ অনুৰোধ কৰিছিল। আৰু লগতে কয় যে তেওঁলোকে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰিব। তেতিয়াৰ পৰাই এই খবৰটো লাহে লাহে বিয়পি পৰিছে ৷

 

 

সূত্ৰ অনুসৰি যোৱাবাৰৰ দৰে এই ভাল খবৰটো ঘোষণা কৰিব কোহলি দম্পতীয়ে। গতিকে তাৰ আগতে দম্পতীহালে গোপনীয়তা বজাই ৰাখিব বিচাৰে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ঘৰত গণেশ পূজা অনুষ্ঠানৰ সময়ত শাৰী আৰু ঢিলা চুৰিদাৰ পিন্ধি থকা  দেখা গৈছিল। ২০২১ চনত জন্ম হৈছিল কন্যা বামিকাৰ। ​

 

Previous Post

শিক্ষাসেতুঁ এপক লৈ কি কি নতুন নির্দেশনা শিক্ষা বিভাগৰ !!

Next Post

সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নালাগেঃ ন্যায়াধীশ উজ্জ্বল ভূঞা

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নালাগেঃ ন্যায়াধীশ উজ্জ্বল ভূঞা

সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নালাগেঃ ন্যায়াধীশ উজ্জ্বল ভূঞা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7