VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাৰ লগত বিয়াত বহিল এ আৰ ৰহমানৰ কন্যা খাতিজা ?

voicedesk by voicedesk
May 6, 2022
in মনোৰঞ্জন
কাৰ লগত বিয়াত বহিল এ আৰ ৰহমানৰ কন্যা  খাতিজা ?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

বিবাহ পাশত আৱদ্ধ হ’ল বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যা খাতিজা ৰহমান ৷  অডিঅ’ অভিযন্তা ৰিয়াছদিন ছাইক মহম্মদৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় খাতিজা ৷  গ্ৰেমী বঁটা বিজয়ী এ আৰ ৰহমানে  খাতিজা আৰু ৰিয়াছদিনৰ বিয়াৰ এখন ফটো তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰি এনেদৰে লিখিছে  “সৰ্বশক্তিমানজনে দুয়োকে আশীৰ্বাদ কৰক ৷ আপোনালোকৰ শুভকামনা আৰু মৰমৰ বাবে  আগতীয়াকৈ ধন্যবাদ জনাইছো।”

খাতিজাই  বিয়াৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আৰু লিখিছে  “মোৰ জীৱনৰ আটাইতকৈ প্ৰতীক্ষিত দিন। মোৰ  মনৰ মানুহ ৰিয়াছদীনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’লো ।“

এ আৰ ৰহমানৰ পোষ্টৰ পাছতে  গায়িকা শ্ৰেয়া ঘোষালে লিখিছে: “আন্তৰিক অভিনন্দন খাতিজা ৰহমান আৰু ৰিয়াছদিন। ঈশ্বৰে সুন্দৰ দম্পতীহালক আশীৰ্ব্বাদ কৰক।” চলচ্চিত্ৰ প্ৰযোজক বনি কাপুৰে শুভেচ্ছা জ্ঞাপন কৰি কয় – “দুয়োকে অভিনন্দন, দম্পতীহালক অতি সুখী আৰু আনন্দময় জীৱনৰ শুভেচ্ছা জনাইছো।” খাতিজা আৰু ৰিয়াছদিনে যোৱা বছৰৰ ডিচেম্বৰত বাগদান  সম্পন্ন কৰিছিল।

Previous Post

অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল এছিয়ান গেমছ, কিয় লোৱা হ’ল এই সিদ্ধান্ত ?

Next Post

হত্যাকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰসহ প্ৰমাণ ৰখা মোনা চুৰ কৰি কোন ৰাজ্যৰ আৰক্ষীক বিপদত পেলাইছে বান্দৰে? ঘটনা শুনিলে আপুনিও হ’ব আচৰিত

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
হত্যাকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰসহ প্ৰমাণ ৰখা মোনা চুৰ কৰি কোন ৰাজ্যৰ আৰক্ষীক বিপদত পেলাইছে বান্দৰে? ঘটনা শুনিলে আপুনিও হ’ব আচৰিত

হত্যাকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰসহ প্ৰমাণ ৰখা মোনা চুৰ কৰি কোন ৰাজ্যৰ আৰক্ষীক বিপদত পেলাইছে বান্দৰে? ঘটনা শুনিলে আপুনিও হ’ব আচৰিত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7