VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বাহৰুখ নহয়, জৱানৰ পৰিচালক এটলীৰ ছবিত দেখা যাব ছলমানক

voicedesk by voicedesk
June 17, 2024
in মনোৰঞ্জন
শ্বাহৰুখ নহয়, জৱানৰ পৰিচালক এটলীৰ ছবিত দেখা যাব ছলমানক
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

এটলী কুমাৰৰ পৰিচালনাত নিৰ্মিত ‘জৱান’ ছবিখনে বক্স অফিচত ব্যাপক সফলতা লাভ কৰিছিল ৷ শ্বাহৰুখ খানৰ সৈতে কাম কৰাৰ পিছত এটলীয়ে পুনৰ কোন তাৰকাৰ সৈতে কাম কৰিব তাক লৈ জল্পনা কল্পনাৰ সৃষ্টি হৈছে । এটলীৰ পৰৱৰ্তী ছবিত অল্লু অৰ্জুনক দেখা যাব বুলি চৰ্চা চলিছিল।

 

এফালে অল্লুৰ হাতত আছে  ‘পুষ্পা’ৰ দৰে এখন ছবি । আনহাতে, এটলীৰ হাতত আছে ‘জৱান’। দুয়োজনে একেলগে এখন ছবি নিৰ্মাণ কৰিব বুলি দৰ্শকে আশা কৰিছিল। কিন্তু শুনা গৈছে যে এটলীৰ পৰৱৰ্তী ছবিত আল্লু অৰ্জুনক হয়তো দেখা নাযাব। জানিব পৰা মতে বলীউডৰ তাৰকা ছলমান খানক এটলীৰ পৰৱৰ্তী ছবিত দেখা যাব পাৰে ।

 

ইতিমধ্যে ছলমান খানৰ সৈতে তেওঁৰ ছবিখনৰ চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিছে এটলীয়ে। মাত্ৰ চূড়ান্ত সিদ্ধান্তৰ বাবে অপেক্ষা কৰিছে পৰিচালক জনে । যদি সকলো ঠিকে থাকে তেন্তে অতি সোনকালে ছলমানৰ সৈতে কাম আৰম্ভ কৰিব এটলীয়ে।

 

‘জৱান’ ছবিৰ সফলতাৰ পিছত এটলী বলীউড আৰু দক্ষিণ ভাৰতৰ অন্যতম সফল পৰিচালক হিচাপে পৰিগণিত হয়। এই ছবিখনে বক্স অফিচত ১০০০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰে। গতিকে বহু অভিনেতাই এটলীৰ পৰিচালনাত কাম কৰিবলৈ আগ্ৰহী।

Previous Post

বছৰি ৩০০০ কোটি টকাৰ লোভ সম্বৰণ কৰি মিয়ামিত মেছি , কিমান পাৰিশ্ৰমিক দিব বিচাৰিছিল ছৌদি ক্লাবে?

Next Post

বিশ্বকাপৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি নতুন নজিৰ এজন ‘ভাৰতীয়’ৰ!

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বিশ্বকাপৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি নতুন নজিৰ এজন ‘ভাৰতীয়’ৰ!

বিশ্বকাপৰ পৰা ৯৬৯৯ কিলোমিটাৰ দূৰত্বত ক্ৰীছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি নতুন নজিৰ এজন ‘ভাৰতীয়’ৰ!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7