VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৩ বছৰৰ পিছত সংগীতানুষ্ঠানৰ বাবে ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ! ভাৰতৰ ক’ত এই বেণ্ডটোৱে অনুষ্ঠান পৰিৱেশন কৰিব?

voicedesk by voicedesk
February 24, 2023
in মনোৰঞ্জন
১৩ বছৰৰ পিছত সংগীতানুষ্ঠানৰ বাবে ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ! ভাৰতৰ ক’ত এই বেণ্ডটোৱে অনুষ্ঠান পৰিৱেশন কৰিব?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত এটা সংগীতৰ বেণ্ড ৷  শৈশৱৰ পৰা কৈশোৰ আৰু যৌৱনলৈকে অসংখ্য লোকক উদ্বেলিত কৰি আহিছে এই বেণ্ডৰ গীতসমূহে৷ যাৰ নাম  বেকষ্ট্ৰীট বয়ছ ! এটা যুগতকৈও অধিক সময়ৰ পিছত পুনৰ ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ। তেৰ বছৰৰ পাছত এই বিপুল জনপ্ৰিয় আমেৰিকান মিউজিক বেণ্ডটোৱে ‘ডি এন এ ৱৰ্ল্ড ট্যুৰ’ৰ অংশ হিচাপে ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব । নব্বৈৰ দশকত ‘বেকষ্ট্ৰীট বয়ছ’ই এক অভূতপূৰ্ব উন্মাদনাৰ সৃষ্টি কৰিছিল। তিনিটা দশকৰ পাছতো এই উন্মাদনা কমি যোৱা নাই। অৱশ্যে তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব অহা ।৪ আৰু ৫ মে’ত মুম্বাই আৰু দিল্লীত অনুষ্ঠান পৰিৱেশন কৰিব বেণ্ডটোৱে।দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আৰু মুম্বাইৰ জিঅ’ ৱৰ্ল্ড গাৰ্ডেনছত অনুষ্ঠান অনুষ্ঠিত হ’ব । ইমান বছৰৰ পাছত ‘বুক মাই শ্ব’ আৰু ‘লাইভ নেচন’ৰ যৌথ উদ্যোগত ভাৰতলৈ আহি আছে বিশ্বৰ চেনচেচন ‘বেকষ্ট্ৰীট বয়ছ’।

 

‘যোৱা বছৰ ‘বেকষ্ট্ৰীট বয়ছ’-এ তেওঁলোকৰ তথ্যচিত্ৰ ‘দ্য মেকিং অৱ দ্য ডি এন এ ট্যুৰ’ৰ প্ৰথম খণ্ডৰ জৰিয়তে অপেক্ষাৰ অন্ত পেলাইছিল। অনুৰাগীসকলক তেওঁলোকৰ বহু প্ৰত্যাশিত বিশ্ব ভ্ৰমণৰ আদৰণি জনোৱা হৈছিল। ১৯৯৩ চনৰ পৰা এই আমেৰিকান বেণ্ডটোৱে পপ সংগীতেৰে বিশ্বজুৰি ধুমুহাৰ সৃষ্টি কৰিছে। ২০১০ চনলৈকে তেওঁলোকৰ সৰ্বোত্তম সময় আছিল। বেকষ্ট্ৰীট বয়ছক সৰ্বকালৰ আটাইতকৈ সফল পুৰুষ বেণ্ড বুলি গণ্য কৰা হয়। বিশ্বজুৰি তেওঁলোকৰ ১ কোটি ৩০ লাখ এলবাম বিক্ৰী হৈছে। বেণ্ডটোৰ বহু এলবামে ‘বিলব’ৰ্ড শীৰ্ষ ২০০’ৰ তালিকাত  শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। বেকষ্ট্ৰীট বয়ছ শেষবাৰৰ বাবে ভাৰতলৈ আহিছিল ২০১০ চনত।

 

Previous Post

মানচেষ্টাৰৰ ঘৰ বিক্ৰী কৰিব ৰোনাল্ডোৱে , আছে চুইমিং পুল, জিম, চিনেমা হল! দাম কিমান জানেনে ?

Next Post

বাৰ্তা পঠোৱাৰ পিছতো ‘সম্পাদনা’ কৰিব পাৰিব! হোৱাটছএপত উপলব্ধ হ’ব নতুন বৈশিষ্ট্য ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বাৰ্তা পঠোৱাৰ পিছতো ‘সম্পাদনা’ কৰিব পাৰিব! হোৱাটছএপত উপলব্ধ হ’ব  নতুন বৈশিষ্ট্য ?

বাৰ্তা পঠোৱাৰ পিছতো 'সম্পাদনা' কৰিব পাৰিব! হোৱাটছএপত উপলব্ধ হ’ব নতুন বৈশিষ্ট্য ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7