VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন

ইনষ্টাগ্ৰামত ফাৰহানৰ শৈশৱৰ ফটো শ্বেয়াৰ কৰি ভগ্নী জোয়া আখতাৰে যাঁচিলে শুভকামনা

voicedesk by voicedesk
January 9, 2023
in মনোৰঞ্জন
আজি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

আজি বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন৷ সেয়েহে সামাজিক মাধ্যম ইনষ্টাগ্ৰাম যোগে  ভগ্নী জোয়া আখতাৰে  অভিনন্দন জ্ঞাপন কৰিলে ভাতৃ ফাৰহান আখতাৰক। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জোয়াই  ফাৰহানৰ শৈশৱৰ এখন ক’লা-বগা ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভকামনা জ্ঞাপন কৰি লিখিলে যে জন্মদিনৰ ল’ৰা। লগতে লিখিলে যে  নিজ ভাতৃক বৰ  ভাল পায় তেওঁ। আনহাতে সামাজিক মাধ্যমত পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে ফাৰহানৰ পত্নী শিবানী ডাণ্ডেকাৰে মন্তব্য কৰে যে সকলোতকৈ মৰমলগা ৷

অনহাতে ফাৰহানৰ সৈতে একেদিনাই  জন্মদিন উদযাপন  কৰা অনুষা ডাণ্ডেকাৰে শনিবাৰে মুম্বাইত এক আগতীয়া উদযাপনৰ আয়োজন কৰে। এই উদযাপনৰ   কেইবাখনো ফটো আৰু ভিডিঅ’ তেওঁলোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল য’ত দুয়োকে একেলগে জন্মদিনৰ কেক কাটি থকা দেখা গৈছিল।

ফাৰহান আখতাৰে  জনপ্ৰিয় ৱেব ছিৰিজ মিছেছ মাৰ্ভেলত ৱালিদৰ চৰিত্ৰত অভিনয় কৰিছিল।অৱশ্যে  ইয়াৰ পিছত তেওঁ প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফ আৰু আলিয়া ভাট অভিনীত ‘জি লে জৰা’ৰ যোগেদি পুনৰ পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰিছে ।অৱশ্যে ছবিখনৰ  মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই নিৰ্মাতাসকলে।

 

Previous Post

ফিটনেছৰ অভাৱত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ছিৰিজৰ পৰা বাহিৰ হ’ল যছপ্ৰীত বুমৰাহ

Next Post

আহকছোন জানোঁ গেছৰ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
আহকছোন জানোঁ  গেছৰ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –

আহকছোন জানোঁ গেছৰ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল -

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7