VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বাহৰুখ-ৰণবীৰক চেৰ পেলালে দক্ষিণৰ তাৰকা যশে; ৰামায়ন ছবিত “ৰাম” ৰণবীৰতকৈ দুগুণ পাৰিশ্ৰমিক “ৰাৱণ” যশৰ

voicedesk by voicedesk
June 7, 2024
in মনোৰঞ্জন
শ্বাহৰুখ-ৰণবীৰক চেৰ পেলালে দক্ষিণৰ তাৰকা যশে; ৰামায়ন ছবিত “ৰাম” ৰণবীৰতকৈ দুগুণ পাৰিশ্ৰমিক “ৰাৱণ” যশৰ
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবি নির্মাণৰ পুর্বৰে পৰা চর্চিত হৈ আহিছে ৷ ৰামচন্দ্ৰৰ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু সীতাৰ চৰিত্ৰত দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীক দেখা যাব । আনহাতে,  ৰাৱণৰ চৰিত্ৰত চাউথ ষ্টাৰ যশক প্ৰায় চূড়ান্ত কৰিছে।  ‘কে জি এফ’ৰ বিখ্যাত তাৰকাগৰাকীয়ে চিত্ৰনাট্যত ৰাৱণৰ চৰিত্ৰত কেইবাটাও পৰিৱৰ্তন কৰিবলৈ সন্মত হয়। যশে প্ৰথমবাৰৰ বাবে হিন্দী ছবিত ভৰি দিবলৈ ওলাইছে। ছবিখনৰ বাবে তেওঁ লোৱা মাচুল ‘জোৱান’ত শ্বাহৰুখৰ মাচুলতকৈ বহু বেছি। আনকি, ৰাৱণ যশে ‘ৰামায়ণ’ ছবিখনত ৰণবীৰৰ পাৰিশ্ৰমিকতকৈ বহু বেছি ধন লাভ কৰিছে।

 

ৰণবীৰৰ বিপৰীতে ৰাৱণৰ চৰিত্ৰত যশ। যদিও তেওঁ এনে এটা চৰিত্ৰত অভিনয় কৰিবলৈ উৎসাহিত হৈছিল, তথাপিও অনুৰাগীৰ আশা-আকাংক্ষা বিবেচনা কৰি অভিনেতাজনে চৰিত্ৰটোৰ পৰা আঁতৰি আহিব বিচাৰিছিল। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত যশক ৰাৱণৰ চৰিত্ৰত  চূড়ান্ত কৰা হ’ল।  এই ছবিখনৰ বাবে তেওঁ বিচাৰিছে ২০০ কোটি টকাৰ মাচুল। সূত্ৰ অনুসৰি যশে ১০০ কোটিৰ তলৰ ছবিত অভিনয় নকৰে ৷এই ছবিখনক অতিৰিক্ত সময় দিব লাগে। সেইবাবেই তেওঁ  এই ছবিখনৰ বাবে তেওঁ ২০০ কোটি টকা লৈছে।

 

এতিয়ালৈকে শ্বাহৰুখ খান, ছলমান খান আৰু ৰণবীৰ কাপুৰে বলীউডত ১০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। যোৱা বছৰ মুক্তি পোৱা ‘জৱান’ ছবিৰ বাবে শ্বাহৰুখে পাৰিশ্ৰমিক  ১২০ কোটি টকা লৈছিল। ‘এনিমেল’ৰ বাবে ৰণবীৰে প্ৰায় ১০০ কোটি টকা পাৰিশ্ৰমিক  লৈছিল।

 

শুনা যায় যে যশ এই ছবিখনৰ ৰূপৰ প্ৰতি আৰম্ভণিৰে পৰাই অতি সচেতন। অভিনেতাগৰাকীয়ে ‘কে জি এফ’ৰ ভাবমূর্তি ভাঙি সম্পূৰ্ণ বেলেগ অৱতাৰত দৰ্শকৰ সন্মুখলৈ আহিব বিচাৰিছে। ইতিমধ্যে তেওঁ নিজৰ চেহেৰা আৰু ফিটনেছৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিছে। তেওঁ পৰ্দাত সঠিকভাৱে ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিব  বিচাৰে।

 

Previous Post

আপোনাৰ সন্তানৰ দাঁত পোকে খাইছে নেকি ? কিদৰে ল’ব শিশুৰ দাঁতৰ যত্ন !

Next Post

লেপটপ-মোবাইল চালে চকুৰ পৰা পানী ওলাই নেকি ? কি ব্যায়ামে মুক্তি দিব আপোনাক ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
লেপটপ-মোবাইল চালে চকুৰ পৰা পানী ওলাই নেকি ? কি ব্যায়ামে মুক্তি দিব আপোনাক ?

লেপটপ-মোবাইল চালে চকুৰ পৰা পানী ওলাই নেকি ? কি ব্যায়ামে মুক্তি দিব আপোনাক ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7