VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অস্কাৰৰ মঞ্চত দেখা যাব দীপিকাক, কিয় আমন্ত্ৰণ লাভ কৰিলে ভাৰতীয় তাৰকা গৰাকীয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 4, 2023
in মনোৰঞ্জন
অস্কাৰৰ মঞ্চত দেখা যাব  দীপিকাক, কিয় আমন্ত্ৰণ লাভ কৰিলে ভাৰতীয় তাৰকা গৰাকীয়ে ?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

বিশ্ব মঞ্চত দেশৰ নাম উজ্জ্বল কৰি তুলিলে দীপিকা পাডুকনে। বৃহস্পতিবাৰে নিশা ঘোষণা কৰা হয় ২০২৩ চনৰ অস্কাৰ বটাপ্ৰদানকাৰীৰ নাম। সেই তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় হৈছে দীপিকা পাডুকন৷ কেইমাহমান পূৰ্বে ফিফা বিশ্বকাপৰ ট্ৰফী উদ্বোধন কৰা প্ৰথমজন ভাৰতীয় হিচাপে খ্যাতি লাভ কৰিছিল দীপিকাই । বলীউডৰ মস্তানী এইবাৰ অস্কাৰৰ মঞ্চত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশ ল’ব । এই খবৰ সন্দৰ্ভত বিতৰ্কিত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

 

অহা ১২ মাৰ্চত অনুষ্ঠিত হ’ব ৯৫ সংখ্যক একাডেমী বঁটা। অস্কাৰৰ মঞ্চত উপস্থিত থাকিব দেশ-বিদেশৰ তাৰকা। তাত এমিলি ব্লাণ্ট, চেমুৱেল এল জেকচন, ড্ৱেইন জনছন, মাইকেল জৰ্ডান আদিৰ সৈতে জিলিকি উঠিব বলীউডৰ তাৰকা দীপিকা।

অভিনেত্ৰীগৰাকীৰ সফলতাৰ খবৰৰ সন্দৰ্ভত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালকগৰাকীয়ে টুইট কৰি কয় যে, “যেতিয়া মই মোৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ লৈ গৈছিলো, তেতিয়া আমেৰিকাৰ দৰ্শকৰ পৰা বিপুল সঁহাৰি পাইছিলোঁ। আচলতে সকলোৱে ভাৰতলৈ আহিব বিচাৰে ৷বৰ্তমান ভাৰত অন্যতম লাভজনক ঠাই। ভাৰতীয় চিনেমাৰ এই বছৰ।“

 

বিবেক অগ্নিহোত্ৰী ইতিমধ্যে নৰেন্দ্ৰ মোডীৰ স্বঘোষিত অনুৰাগী। আনহাতে দীপিকা বাৰে বাৰে হিন্দুত্ববাদী শিৱিৰৰৰ ক্ৰোধৰ সন্মুখীন হৈছে ৷  ‘পাঠান’ ছবিৰ পোচাক বা দিল্লীৰ জে এন ইউত ছাত্ৰ আন্দোলনত অভিনেত্ৰীগৰাকীৰ উপস্থিতি হওক। দীপিকা সমালোচিত হৈ আহিছে।  দীপিকাৰ স্বামী ৰণবীৰ সিঙে এই খবৰত আনন্দ প্ৰকাশ কৰিছে ৷

Previous Post

দীঘলীয়া হৈ গৈ থাকিব নেকি যুদ্ধ ,আমেৰিকাই ইউক্ৰেইনক দিব ৪০ কোটি ডলাৰ মূল্যৰ অস্ত্ৰ

Next Post

সিন্ধুৰ আৱেদন অনুমোদন, প্ৰশিক্ষক আৰু প্ৰশিক্ষনৰ সকলো খৰচ বহন কৰিব মোডী চৰকাৰে

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
সিন্ধুৰ আৱেদন অনুমোদন, প্ৰশিক্ষক আৰু প্ৰশিক্ষনৰ সকলো খৰচ বহন কৰিব মোডী চৰকাৰে

সিন্ধুৰ আৱেদন অনুমোদন, প্ৰশিক্ষক আৰু প্ৰশিক্ষনৰ সকলো খৰচ বহন কৰিব মোডী চৰকাৰে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7